Skip to playerSkip to main content
  • 26 minutes ago
জোনাই : এক দুখৰ খবৰ ৷ ষ্ট্ৰিট লাইটৰ খুটাত মুক্তভাৱে ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এক লোকৰ মৃত্যু হয় ৷ বুধাবাৰে সন্ধিয়া প্ৰায় ৭.১৫ বজাত চিলাপথাৰৰ জনজাতিস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো সংঘটিত হয় ৷ মৃত লোকজন চিলাপথাৰৰ চিলাগাঁৱৰ গণেশ দাস বুলি চিনাক্ত কৰা হৈছে ৷সদৌ অসম বঙালী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে কয়, ‘‘ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ হেমাহীৰ বাবেই আজি এজন লোকৰ প্ৰাণ গ'ল  ৷ ৰাস্তা পাৰ হ’ব খোজোতেই ষ্ট্ৰিট লাইটৰ খুটাত ধৰাই কাল হ’ল গণেশৰ বাবে ৷’’ বিভাগীয় কৰ্তৃপক্ষক এই ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ দাবী জনোৱাৰ লগতে দুখীয়া পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে সদৌ অসম বঙালী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ লগতে স্থানীয় ৰাইজেও ।লগতে পঢ়ক : দৰঙত চিকিৎসকৰ অভাৱ; সেৱা বন্ধৰ জাননী আঁৰিলে স্বাস্থ্য বিভাগে

Category

🗞
News
Transcript
00:00This is the last two days of the city.
00:05The city is a city of Ghaipur.
00:08The city is a city.
00:10My name is Gonesh.
00:16The city is a city.
00:19The city is a city.
00:20The city is a city.
00:21The city is a city.
00:27My activeょ detectively.
00:35Everybody else and I.
00:39This city is a city.
00:43We are not here yet.
00:43I will say that the people who don't have a good job, I will not be able to take the
00:51job.
00:53I will say that the people who don't have a good job, I will say that the people who don't
01:02have a good job is to do this.
Comments

Recommended