Skip to player
Skip to main content
Search
Upload
For you
Explore
Following
Log in
Company
About
Press
Jobs
Dailymotion Pro
Support
Developers
Advertisers
Accessibility
Help Center
Legal
Manage Cookies
Privacy and Cookie Policy
Legal notices
Terms
All videos
© 2026 Dailymotion
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
সোণম ৱাংচুকৰ সমৰ্থনত টীয়কৰ মেলেং চাৰিআলিতত প্ৰতিবাদ
3 months ago
টীয়ক : দিল্লীৰ যন্তৰ মন্তৰত চলি থকা ক’কৰোচ্ছ জনতা পাৰ্টী আৰু বিজ্ঞানী সোণম ৱাংচুকৰ অনশনৰ প্ৰতি সমৰ্থন জনাই সোমবাৰে টীয়কৰ মেলেং চাৰিআলিতত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আৰৱাইএ আৰু এআইপিডব্লিউয়ে ৷ মেলেং চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদকাৰী এগৰাকী নেতাই কয়,"সোণম ৱাংচুকৰ অনশনৰ এটা খবৰ লোৱাটো প্ৰয়োজন বোধ নকৰা, শিক্ষা ব্যৱস্থাক ধ্বংসৰ গৰাহলৈ লৈ যোৱা, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰাৰ দাবী জনাইছো । লগতে ছাত্ৰ সমাজৰ অনশনৰ দাবী মানি লোৱা, এনটিএ বাতিল কৰা, পেপাৰ ফাদিল বন্ধ কৰা, প্ৰতিবাদকাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰা আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছো । চৰকাৰে আমাৰ দাবী মানি নল'লে অসমতো এই প্ৰতিবাদৰ সমৰ্থনত অধিক জংগী প্ৰতিবাদ সাব্যস্ত কৰিম ।"লগত পঢ়ক : উত্তাল তিনিচুকীয়া; ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বীৰ লাচিত সেনাৰ প্ৰতিবাদ
Category
🗞
News
Transcript
Display full video transcript
00:00
...
00:00
...
00:01
...
00:28
Thank you very much.
01:00
Thank you very much.
01:31
Thank you very much.
01:31
Thank you very much.
Show less
Recommended
3:13
|
Up next
বৰপেটাৰ ৰাখাল থানত ৩০ ঘণ্টীয়া কাতি বিহুৰ নাম প্ৰসংগ
ETVBHARAT
2 weeks ago
2:22
অ'এনজিচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট, 'অ'এনজিচি কাৰো পৈত্ৰিক সম্পত্তি নহয়'
ETVBHARAT
4 weeks ago
1:54
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
3 months ago
1:06
পেঞ্চনৰ ধনেৰে নাজিৰাৰ ১০০টা পৰিয়াললৈ সাহায্য ৰিপুন বৰাৰ
ETVBHARAT
3 months ago
2:00
জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মেধাৱী শিক্ষাৰ্থীক অভিনন্দন
ETVBHARAT
3 months ago
5:14
दिल्ली में सरदार पटेल जयंती पर रन फॉर यूनिटी का आयोजन,केंद्रीय मंत्री ने पटेल को बताया देश की एकता का सूत्रधार
ETVBHARAT
14 minutes ago
1:37
വ്യാജ നോട്ടും തിമിംഗല ഛർദിയും; കൊല്ലത്തെ തട്ടിപ്പ് വീരൻ്റെ സാമ്പത്തിക ഇടപാടുകൾ തേടി പൊലീസ്
ETVBHARAT
22 minutes ago
3:15
हरदोई बस डिपो में है 224 बसों का बेड़ा, जानिए पूरा हिसाब !
ETVBHARAT
27 minutes ago
3:15
बिहार के नामी रेस्टोरेंट्स में परोसे जे रहे थे बासी चिकन-मटन! खाद्य विभाग की रेड में खुली पोल
ETVBHARAT
31 minutes ago
1:11
सोमेश्वर में सियासी गर्माहट, एक तरफ मंत्री रेखा आर्या का अभिनंदन, दूसरी तरफ कांग्रेस ने दिखाए काले झंडे
ETVBHARAT
31 minutes ago
2:11
লাহৰীঘাটত আটক ড্ৰাগছসহ সৰবৰাহকাৰী
ETVBHARAT
3 months ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
3 months ago
1:07
সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...
ETVBHARAT
4 months ago
3:39
মৰিগাঁৱত শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰা
ETVBHARAT
4 months ago
1:38
বৰপেটাৰ ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ শিক্ষাৰ্থী নীট পৰীক্ষাত উত্তীৰ্ণ
ETVBHARAT
4 months ago
1:26
বন্যহস্তীয়ে কৃষি নষ্ট কৰিলে কৃষকে পাব ধন, ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
4 months ago
2:27
মৰণফান্দত পৰিণত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰতিবাদৰ পাছতো জোনাইত গা-লৰা নাই বিভাগীয় বিষয়াৰ
ETVBHARAT
4 months ago
1:15
বৰষুণৰ পানীৰে ভৰিল চিকিৎসালয়ৰ ৰোগীৰ কক্ষ, পানীত আবদ্ধ ৰোগী
ETVBHARAT
4 months ago
1:19
সোণাপুৰত বনবিভাগ-ডব্লিউচিচিবিৰ যুটিয়া অভিযান, গঁড়ৰ খৰ্গসহ তিনি সৰবৰাহকাৰী আটক
ETVBHARAT
4 months ago
2:43
চিৰাঙৰ কাজলগাঁৱত চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বিলুপ্ত প্ৰজাতিৰ সোণালী বান্দৰ
ETVBHARAT
4 months ago
3:56
প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল
ETVBHARAT
5 months ago
3:19
বিটিচিৰ আটাইকেইটা সমষ্টিতেই এনডিএৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত: মনেশ্বৰ ব্ৰহ্ম
ETVBHARAT
6 months ago
1:26
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ
ETVBHARAT
7 months ago
1:26
পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ
ETVBHARAT
7 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
7 months ago