Skip to playerSkip to main content
  • 2 days ago
কলিয়াবৰ: বুধবাৰে কলিয়াবৰত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ধৰা পৰিল শিক্ষক ৷ নিৰ্বাচন বিধি উলংঘা কৰি প্ৰচাৰ চলাবলৈ আহি ৰাইজৰ ৰোষত পৰিল লেখনাথ শৰ্মা নামৰ এজন শিক্ষকৰ লগতে দুজন যুৱক ৷ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত সোণাৰী গাঁৱৰ মাজবস্তিত সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ শিক্ষকগৰাকী প্ৰচাৰ চলাবলৈ অহাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷ উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনৰ ধৰি শিক্ষকগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ হৈ মুকলিকৈ প্ৰচাৰ চলাই থকাৰো অভিযোগ ৷বুধবাৰে নিৰ্বাচন আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে ৰাইজে বাহনসহ ধৰা পেলায় শিক্ষক গৰাকীক । উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে শিক্ষা বিভাগে চৰকাৰৰ বিপক্ষে মন্তব্য কৰাৰ বাবে শাস্তিমূলক হিচাপে নিলম্বন কৰিছিল লেখনাথ শৰ্মাক। নিলম্বন কৰাৰ পাছতো শিক্ষা বিভাগক কোনো গুৰুত্ব নিদি এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ সভা-সমিতিত প্ৰচাৰ চলাই আহিছিল ৷ লগতে পঢ়ক:নিৰ্বাচনৰ এদিন পূৰ্বে ঝাৰখণ্ডত বাবা বৈদ্যনাথক পূজা হিমন্ত বিশ্ব শৰ্মাৰ

Category

🗞
News
Transcript
00:00Do you find a local Pier чис?
00:01Do you have a local?
00:04Yes, a local campanning.
00:06Yes, here we go
00:09Can you get a campanning?
00:12Yes, it's a campanning
00:12Can you think about campanning?
00:16Can you bring a campanning?
00:19Please, let's have the campanning
00:22Do you feel like there's a campanning?
00:22Will you kill us like campanning?
00:24Can you talk to us?
00:35Good man
00:38News News
00:39Why?
00:40News ним
00:40Come here
01:16yeah
01:18He is a police and he's an attorney for his football.
01:20No, he can't get a gun.
01:22He'll say they're not a police officer.
01:25Look at that.
01:27He is a police officer.
01:31He literally gave his life to the police officer.
01:34He's a police officer.
01:34He's the police officer.
01:37This service is the police officer.
01:42That's right.
01:43He's the police officer.
01:44I learned some money to make a mistake and make a mistake.
01:48I worry not, but I am not going to make a mistake, but I don't have to do it.
01:55I'm not sure how you're going to make it.
02:08I can't believe it.
02:10I can't believe it.
Comments

Recommended