Skip to playerSkip to main content
  • 1 week ago
উত্তৰ নেপালত হঠাতে পাহাৰৰ পৰা নামি অহা পানীৰ ধলে সীমান্ত অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে ৷ বানে ৰাছুৱা জিলাৰ টাইমুৰৰ লগতে কাষৰীয়া ছ্যাফ্ৰুবেছি অঞ্চলত ঘৰ-দুৱাৰ, যান-বাহন, অন্যান্য সা-সম্পত্তি উটুৱাই লৈ যায় । ইয়াৰ পাছতেই নিম্নভূমিৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হয় ৷নেপালৰ বানৰ বাবে বিহাৰৰ গণ্ডক নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । বিহাৰ চৰকাৰ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, জিলা প্ৰশাসনে কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰিছে । প্ৰশাসনে গণ্ডক নদীৰ কাষৰীয়া অ়ঞ্চলৰ লোকসকলক নদীৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে ৷

Category

🗞
News
Transcript
00:00hey M あり
00:00hey M什么
00:16they are so sad
00:18they are really sad
00:22they had a sick
00:27Oh
Comments

Recommended