Skip to playerSkip to main content
  • 3 hours ago
শিলচৰ : এক গোপন সূত্ৰৰ পমখেদি কাছাৰ জিলা আৰক্ষীয়ে বুধবাৰে শিলচৰ চহৰৰ ওচৰৰ ৰামনগৰ অঞ্চলত এক বিশেষ তালাচী অভিযান চলায় । এই অভিযানত উদ্ধাৰ হয় অবৈধ আগ্নেয়াস্ত্ৰ আৰু এটা গ্ৰেণেড । ৰামনগৰৰ এফ চি আই ৰোড সংলগ্ন এটা ঘৰত এই অভিযান চলোৱা হয় ।বৃহস্পতিবাৰে শিলচৰত এক সংবাদমেলযোগে কাছাৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) ৰজত কুমাৰ পালে জনায়, "লক্ষীপুৰ আৰক্ষী থানাত ৰুজু কৰা ৬৪/২০২৬ নং এটা গোচৰৰ তদন্তৰ অধীনত এই অভিযান চলোৱা হয় । এই সন্দৰ্ভত বিএনএছৰ ৩০৮(৪) ধাৰা আৰু অস্ত্ৰ আইনৰ ২৫(১)(ক) ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে । ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ হোৱা দুজন হৈছে লাইশ্ৰম টিকেন মেইতেই আৰু মনালিছা চানু ।"তেওঁ লগতে কয় যে প্ৰাথমিক তদন্ত অনুসৰি উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ যোগাযোগ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ উৎস আৰু ইয়াৰ লগতে বৃহত্তৰ কোনো চক্ৰ জড়িত হৈ আছে নেকি সেই কথা জানিবলৈ আটকাধীন দুজনক সোধা-পোছা কৰা হৈছে বুলি এএছপি পালে কয় ।লগতে পঢ়ক :হোমৰ গুৰিত নহয়, মৃত্যুৰ শীতল কোলাত শিৰত সেন্দূৰ পিন্ধাই বিদায় দিলে প্ৰিয়তমাক

Category

🗞
News
Transcript
00:00A few days ago, we had a complaint about a company in Lafayette in the area.
00:05We had complained that we had a letter that was in a different language.
00:12When it was decoded, we demanded some extortion and some things.
00:18We started using technical evidence.
00:26When we started to make a link, we started to make a link with the name and address.
00:35When we started to make a link, we started to make a link with the name and address.
00:48Once people were there, they were looking for their husband and wife.
00:54We were here at two months after two months.
00:59We were searching for the whole team.
01:03We discovered the family and the people with them.
01:05We found a small piece of a pistol with a sophisticated weapon.
01:11I have no idea about it without lessons.
01:16We also have a grenade.
01:18It's a Chinese type grenade.
01:20We have successfully delivered it successfully.
01:24We also have many ID guards.
01:28We also have different languages.
01:31We have taken it to the Hiraatit.
01:34We have registered it.
01:37We have registered it.
01:37We have registered it and have registered it.
Comments

Recommended