Skip to playerSkip to main content
  • 2 months ago
শিৱসাগৰ: আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে সাধাৰণ ভোটাৰ ৰাইজৰ লগতে বৃহস্পতিবাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰত ভোটাধিকাৰ সাব্যস্ত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ফুকনৰ । জয়ানগৰ প্ৰাথমিক বিদ্যালয়ত ভোট প্ৰদান কৰি এখন সমৃদ্ধ অসম গঢ়াৰ স্বাৰ্থত ৰাইজক ভোট প্ৰদান কৰিবলৈ সমীৰণ ফুকনে আহ্বান জনায় ৷আনহাতে, বুধবাৰৰ নিশা শিৱসাগৰ সমষ্টিত সংঘটিত নিৰ্বাচনী হিংসাক লৈ উদ্বিগ্নতাও প্ৰদৰ্শন কৰে ছাত্ৰনেতাগৰাকীয়ে । এই সন্দৰ্ভত সমীৰণ ফুকনৰ প্ৰতিক্ৰিয়া এনেধৰণৰ, ‘‘গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হিংসা কেতিয়াও গ্ৰহণযোগ্য নহয় ৷’’ সকলোকে সংযম ৰাখি আগবাঢ়ি যাবলৈও তেওঁ আহ্বান জনায় ।আনহাতে, বহিঃৰাজ্যৰ পৰা অহা সন্দেহজনক নাগৰিকৰ সন্দৰ্ভতো সমীৰণ ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বিষয়টো সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, এখন শুদ্ধ ভোটাৰ তালিকা পাবলৈ আছুৱে দীৰ্ঘদিনীয়া সংগ্ৰাম অব্যাহত ৰাখিছে ৷ অসমীয়া ভাষা নজনা এইসকল ভোটাৰ কোন আৰু ক’ৰ পৰা আহিছে সেই সন্দৰ্ভতো তেওঁ প্ৰশ্ন উত্থাপন কৰে । নিৰ্বাচন আয়োগে একাংশ লোকক ভোট প্ৰদানৰ অধিকাৰ দিছে যদিও অসমীয়া থলুৱা ৰাইজ সজাগ আৰু সচেতন হৈ নিজ নিজ ভোটকেন্দ্ৰসমূহত কাঢ়া নজৰ ৰাখিবলৈও আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে আহ্বান জনায় ৷লগতে পঢ়ক: দীঘলীয়া শাৰী পাতি ৰঙিয়াত ভোটাৰে সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ

Category

🗞
News
Transcript
00:06foreign
00:20foreign
00:30I am happy with my house and I have been a dream like that.
00:34I am happy with our family and as it is important to see the status of my family,
00:38I am happy with my family and so I am happy with my family.
00:43We are happy with my family, so I have got a happy place to see those beautiful people.
00:51I am happy with my family.
00:55We've made my family, which we can't do.
00:58Of course, the group hasn't gone much abroad or against it.
01:03We canochown women have no wonder for that.
01:12but the those people have of course refused.
01:18Even now that is the first thing I сообщ ny what typically happens.
01:24Thank you so much for joining us, and thank you so much for joining us.
Comments

Recommended