Skip to playerSkip to main content
  • 6 hours ago
বৰপেটা : বৰপেটা জিলাত দুটাকৈ বাল্যবিবাহৰ ঘটনা পোহৰলৈ অহাৰ পিছত জিলা শিশু কল্যাণ সমিতি আৰু আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই দুগৰাকী নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এই তথ্য বৃহস্পতিবাৰে জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষা ডলী পাঠকে সদৰী কৰে ।তেওঁ জনোৱা মতে, "এটা ঘটনা বৰপেটা সদৰ আৰক্ষী থানাৰ অধীনৰ এখন গাঁৱত সংঘটিত হয় । কালি বিয়াৰ অনুষ্ঠান চলি থকা অৱস্থাতে আৰক্ষীৰ সহযোগত চাইল্ড লাইনৰ দলে অভিযান চলাই নাবালিকা কইনাগৰাকীক উদ্ধাৰ কৰে । আনটো ঘটনা বাঘবৰ আৰক্ষী থানাৰ অধীনৰ এখন গাঁৱত সংঘটিত হয় । ইতিমধ্যে সম্পন্ন হোৱা বাল্যবিবাহৰ খবৰ লাভ কৰাৰ পিছত আজি আৰক্ষীৰ সহযোগত নাবালিকাগৰাকী আৰু তেওঁৰ পিতৃক শিশু কল্যাণ সমিতিৰ সন্মুখত উপস্থিত কৰোৱা হয় । সমিতিয়ে ভাষ্য গ্ৰহণ কৰাৰ পাছত নিয়ম অনুসৰি দুয়োগৰাকী নাবালিকাক ‘সখী গৃহ’লৈ প্ৰেৰণ কৰে ।"  অধ্যক্ষা ডলী পাঠকে কয় যে দুয়োটা ঘটনাত জড়িত লোকসকলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ দাখিল কৰা হ'ব । তেওঁ লগতে দুখ প্ৰকাশ কৰি কয় যে ব্যাপক সজাগতামূলক কাৰ্যসূচী চলাই থকাৰ পিছতো একাংশ লোকে এতিয়াও বাল্যবিবাহৰ দৰে বেআইনী কাৰ্যত জড়িত হৈ আছে, যিটো অতি উদ্বেগজনক ।লগতে পঢ়ক :শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি - ইটিভি ভাৰত অসম

Category

🗞
News
Transcript
00:00Now we are working with CwC, which is produced by the CWC and we are produced by the CWC.
00:10These are the concerned personage.
00:13We are now going to the CWC, the police are going to rescue the police.
00:35So we have 150 them from 50.
00:36This is the case of the behavior.
00:42It is the case of the behavior and the behavior of the behavior.
00:44So, we have to take a look at the behavior.
00:47We have to take a look at this behavior.
00:58the health care workers easy to go to our health care workers
01:02the health care workers are managed by the health care workers
01:13I did not do anything.
01:18I took a trial for the chief on the show.
01:26I will be rescued by the children.
01:29I will rescue my children.
01:33I'm on a phone at my visit and I am Look at what's their children at my hospital.
01:38I know this woman is a woman.
02:00Thank you very much.
02:39Thank you very much.
02:39Thank you very much.
Comments

Recommended