Skip to playerSkip to main content
  • 8 minutes ago
গোলাঘাট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত হোটেল ব্লু মুনত দুই যুৱকৰ কাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কূটাঘাতৰ উদ্দেশ্যে নগৰখনৰ হোটেলত দুই যুৱকে বাহৰ পাতিছিল নেকি তাক লৈও সৃষ্টি হৈছে ৰহস্য । ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে ।  বৃহস্পতিবাৰে নিশা গোলাঘাট আৰু বঙাইগাঁৱৰ দুজন যুৱকে হোটল ব্লু মুনৰ এটা কোঠা ভাৰাত লৈ নিশাটো কটায় । কিন্তু হোটেল কৰ্তৃপক্ষই পুৱা প্ৰত্যক্ষ কৰে যে যুৱক দুজন কোঠাৰ পৰা অন্তৰ্ধান । আনহাতে, যুৱক দুজন থকা কোঠাত সন্দেহজনকভাৱে কিছু তাঁৰৰ টুকুৰা প্ৰত্যক্ষ কৰি হোটেল কৰ্তৃপক্ষই গোলাঘাট আৰক্ষী থানাত বিষয়টো অৱগত কৰে । আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে ।  স্বাধীনতা দিৱসৰ সময়ত উগ্ৰপন্থী সংগঠনে কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে যুৱক দুজনক নিয়োগ কৰিব পাৰে বুলি সন্দেহ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান নিশ্চিত তথ্য উদঘাটন হোৱা নাই ।  এই সম্পৰ্কে হোটেলখনৰ পৰিচালক প্ৰিন্স দাসে কয়, "বৃহস্পতিবাৰে নিশা ১০ মান বজাত বঙাইগাঁও আৰু গোলাঘাটৰ দুজন যুৱকে হোটেলৰ এটা কোঠা লয় । তাৰ পাছত অলপ সময় যোৱাৰ পাছত যুৱক দুজনে মোক দুটা ৰিম'ৰ্ট বিচাৰে । মই নাই বুলি কোৱাত কোঠালৈ গুচি যায় । নিশা কোঠাৰ ভিতৰৰ পৰা নিচাজাতীয় সামগ্ৰীৰ গোন্ধ ওলাই আছিল । তেওঁলোকক মাতি এনে কাৰ্য নকৰিবলৈ জনালোঁ । পুৱা আমক অৱগত নকৰাকৈ দুয়োজন যুৱক হোটেলৰ পৰা ওলাই যায় ।"তেওঁ লগতে কয়, "তাৰ পাছত আমি তেওঁলোক থকা কোঠাটোৰ ভিতৰত গৈ চাওঁতে সৰু সৰু তাঁৰৰ টুকুৰা পৰি থকা দেখোঁ । তাৰ পাছত আমি লগে লগে গোলাঘাট আৰক্ষীক খবৰ দিওঁ । আৰক্ষীয়ে আহি কোঠাটোৰ ভিতৰখন চাই বাহিৰৰ পৰা বন্ধ কৰি থৈ গৈছে । যিহেতু কাইলৈ স্বাধীনতা দিৱস, গতিকে কি উদ্দেশ্য লৈ যুবক দুজন আহিছে ধৰিব পৰা নাই ।"অৱশ্যে এই ঘটনা সম্পৰ্কে বৰ্তমানলৈকে আৰক্ষীয়ে কোনোধৰণৰ মতামত প্ৰকাশ কৰা নাই ।লগতে পঢ়ক :স্বাধীনতা দিৱস উদযাপনৰ প্ৰত্যাহ্বান, বিদ্ৰোহীৰ আতংক আৰু এটা প্ৰজন্মৰ মনত ৰৈ যোৱা অপূৰ্ণ আশা

Category

🗞
News
Transcript
00:00I was afraid to tell people about the NIDP when the NIDP was here to talk to others.
00:07Since they didn't put the NIDP in an area, I had to say they had something.
00:10We had room to trapele.
00:13We brought the remote.
00:15The remote was completely open, and we had recorded it.
00:20We had remote done this.
00:22We used room to enter the IP as well.
00:25The othersản isooooo.
00:27They don't want to getJean schools.
00:32You've got a bank account for downloading free tickets.
00:36$12,000 different to get robbery,
00:40as you can find them電ics.
00:45This something has been abandoned,
00:48a lot of tools have been back on this property,
00:50and they're given their names for aggre力.
00:50They don't want to
00:52gonna
00:52bad
00:53bad
00:54bad
00:55My name is Areas, thank you to our team.
00:59Do you have any questions?
01:01Areas, take your questions?
01:04Yes.
01:04I'll give them you a minute.
01:08What if you put them in sleep?
01:09Yes, sir, do you have any questions?
01:10I'll give them a minute.
01:18If my�re has a left hand, I come up with my mother.
01:22I'll give them a minute.
01:24I'll give them a minute.
01:33no
01:33no
01:33no
01:34no
01:34no
01:34Here is the one who broke the number one.
01:36Here is the one who broke the number one.
01:40This is a definition of the number of real people,
01:43and our work is now not in a long time.
01:48Well, I see you in theuku.
01:57We will go off therise and thank you.
02:06That's all.
02:06It ended up gospels for ourselves.
02:07We moved in Marta there.
02:13Was that hurt?
02:20Was that hurt?
02:23The approach is not just the country, but we have two countries that's more difficult.
02:29What's your number?
02:309.55 per cent.
02:36How do you keep it, 3.50?
02:38Yes, how do you keep it?
02:40I think you keep it, 1.50 per cent.
02:46The question is, is this the particular number of generations of people in the country?
02:50.
02:50.
02:50.
02:50.
02:50.
02:51.
02:51.
02:52.
02:52.
02:52I am prince.
02:54I do not use a couple of other people.
02:56I chose police.
02:57I was just saying that I have to ask myself.
02:58Where is my website?
03:00No.
03:00They had to ask myself, when I have to ask myself.
03:04I was just telling myself.
03:06Like I said, I have to ask myself.
03:08But I will go back and help myself.
Comments

Recommended