Skip to playerSkip to main content
  • 2 days ago
ডিব্ৰুগড়: চৰাইদেউ জিলাৰ বৰহাটত সোমবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত তিনিজন যুৱকৰ থিতাতে মৃত্যু হয় ৷ নিহত যুৱক তিনিজনক গৌৰৱ টুডু, সুৰুয ভূমিজ আৰু ইয়াকুব টপ্ন' বুলি চিনাক্ত কৰা হৈছে । নিশা এখন বাইকতে ৪ জন একেলগে আহিছিল আৰু তেওঁলোকে ধনেখনা চাহ বাগিচা তিনিআলিত ৰখাই থোৱা এখন ডাম্পাৰত খুন্দা মাৰে ৷এই ঘটনাত বাইকত অহা তিনিজন যুৱক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাবে আহত হয় । আহত যুৱকজনক সংকটজনক অৱস্থাত নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰা হয় ।স্থানীয় লোকে জানিবলৈ অহা মতে, বাইকখনত তীব্ৰ বেগেৰে আহিছিল যুৱককেইজন ৷ যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ মৃত যুৱককেইজনক নিশাই সোণাৰিৰ জিলা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।লগতে পঢ়ক : যাত্ৰীবাহী বাহনত কয়লা ভৰ্তি ট্ৰাকৰ প্ৰচণ্ড খুন্দা, নিহত ৭ জন

Category

🗞
News
Transcript
00:00We are living in the city of wways for three villages.
00:06We are living in the district where we also live in agriculture.
00:14We are living in the district of seven villages.
00:22After는데, they'll see perhaps and see what you see theお願い of.
00:26They leave theچo with some information.
00:29Again, there's more than招image this apology.
00:35When they arrive, they'll be ok.
00:39I don't know what that means, but I don't know what that means.
Comments

Recommended