Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
বানাক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াবলৈ কনকলতা অসামৰিক চিকিৎসালয়ৰ দলৰ যাত্ৰা
5 weeks ago
তেজপুৰ: নাগালেণ্ডৰ মন জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু ঢলৰ ফলত দিখৌ–দিচাং নদীয়ে উজনি অসমৰ একাধিক জিলাত সৃষ্টি কৰা বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে । যোৰহাট, শিৱসাগৰ, চৰাইদেউ আদি জিলাৰ বহু অঞ্চল এতিয়াও পানীৰ তলত থকাৰ ফলত সাধাৰণ জনজীৱন বিপৰ্যস্ত হৈছে ।এই বানাক্ৰান্ত লোকসকলক স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ উদ্যোগত আৰু শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ সহযোগত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ এটা বিশেষ চিকিৎসা দল উজনি অসমলৈ ৰাওনা হৈছে ।চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰে গঠিত এই দলটোৱে বান আশ্ৰয় শিবিৰ আৰু দুৰ্গম বানাক্ৰান্ত অঞ্চলত চিকিৎসা সেৱা, প্ৰয়োজনীয় ঔষধ বিতৰণ আৰু স্বাস্থ্য পৰামৰ্শ আগবঢ়াব । বানৰ পিছত পানীৰ পৰা হোৱা আৰু সংক্রামক ৰোগৰ আশংকা বৃদ্ধি পোৱাত এই চিকিৎসা অভিযান বিশেষ গুৰুত্বপূৰ্ণ বুলি স্বাস্থ্য বিভাগে উল্লেখ কৰিছে । প্ৰশাসনে সদৰী কৰা মতে, বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে উদ্ধাৰ, সাহাৰ্য আৰু চিকিৎসা সেৱা অব্যাহত থাকিব ।লগতে পঢ়ক:নিশা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চতুৰ্থখন গেটেৰে পানী এৰিলে নীপকোৱেলাইভ অসমৰ বানৰ আপডেট: বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৬ জনৰ, মৃতকৰ মুঠ সংখ্যা ৪৭ জনলৈ বৃদ্ধি, এতিয়াও প্লাৱিত ১১ খন জিলা
Category
🗞
News
Transcript
Display full video transcript
00:28
Transcribed by ESO, translated by —
00:59
Transcribed by ESO, translated by —
01:10
Transcribed by ESO, translated by —
Show less
Comments
Log in to post a comment
Recommended
2:50
|
Up next
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
2 weeks ago
1:42
পানী কমিছে যদিও কমা নাই জাঁজীমুখৰ কুমলীয়া চাপৰিৰ ৰাইজৰ দুখ-কষ্ট
ETVBHARAT
4 weeks ago
2:11
লাহৰীঘাটত আটক ড্ৰাগছসহ সৰবৰাহকাৰী
ETVBHARAT
5 weeks ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
5 weeks ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
5 weeks ago
1:39
उज्जैन में गजब इंजीनियरिंग! सिंहस्थ मेला क्षेत्र को जोड़ने वाला ब्रिज रोड से भटका, खेत में उतरा
ETVBHARAT
10 minutes ago
1:34
अमेरिका का एच-1बी वीजा पर नया प्लान, फीस एक लाख डॉलर से अधिक करने का प्रस्ताव
ETVBHARAT
13 minutes ago
4:09
મહાદેવની સાધના સાથે અનેક દેવી-દેવતાઓની આરાધના, 108 શિવલિંગ સાથે એટલા જ બીલીના વૃક્ષોનું સમન્વય
ETVBHARAT
14 minutes ago
2:51
ഓണാഘോഷത്തിലലിഞ്ഞ് അക്ഷര നഗരി; വര്ണാഭം ജില്ലാ ഭരണകൂടത്തിൻ്റെ ഓണാഘോഷവും കലാപരിപാടികളും
ETVBHARAT
21 minutes ago
2:04
दिल्ली: कपड़ा फैक्ट्री में आग से अफरा-तफरी, झुग्गियां बाल-बाल बचीं; दमकल की 5 गाड़ियों ने पाया काबू
ETVBHARAT
21 minutes ago
1:18
অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু মাজুলীৰ যুৱকৰ
ETVBHARAT
5 weeks ago
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
6 weeks ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
6 weeks ago
4:18
'সাপক ভয় কৰি হত্যা নকৰিব', বিশ্ব সৰ্প দিৱসত ধুবুৰীত প্ৰকৃতিপ্ৰেমীৰ আহ্বান
ETVBHARAT
6 weeks ago
2:21
জোনাইৰ শুকান নলাৰ খহনীয়াৰ কালৰূপ: নৈত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ
ETVBHARAT
6 weeks ago
2:27
মৰণফান্দত পৰিণত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰতিবাদৰ পাছতো জোনাইত গা-লৰা নাই বিভাগীয় বিষয়াৰ
ETVBHARAT
6 weeks ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
7 weeks ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
2 months ago
2:44
যোৰহাটত ঋণৰ কিস্তি আনিবলৈ যোৱা ফাইনেন্স কোম্পানীৰ বিষয়াৰ বিলৈ
ETVBHARAT
2 months ago
0:59
'বিশ্ব ড্ৰাগছ সমস্যা' বিষয়ক আলোচনাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন
ETVBHARAT
2 months ago
2:34
সুৰামত্ত তিনি বন্ধুৱে হত্যা কৰিলে বন্ধুক, আৰক্ষীৰ জালত তিনি হত্যাকাৰী
ETVBHARAT
2 months ago
3:56
প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল
ETVBHARAT
3 months ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
3 months ago
4:37
বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
3 months ago
1:00
৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন
ETVBHARAT
4 months ago
Comments