Skip to playerSkip to main content
  • 2 days ago
কলিয়াবৰ: মন্ত্ৰী হিচাবে শপত লোৱাৰ পাছত বুধবাৰে কলিয়াবৰত উপস্থিত হয় সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ৷ 'পথ, পোহৰ আৰু পানী'ৰ সমস্যা দূৰ কৰাৰ বাবে পূৰ্বৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল ৷ সেই প্ৰতিশ্ৰুতি অনুসৰি কলিয়াবৰত কেইবাটাও পোহৰ যোগানৰ উন্নয়নমূলক কাৰ্যৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে ৷বুধবাৰে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত ৯টা নতুন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ আনুষ্ঠানিকভাৱে সংযোজন কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ এই সন্দৰ্ভত কয়,"পূৰ্বতে গ্ৰাহকৰ সংখ্যা অনুপাতে ট্ৰেন্সফৰ্মাৰৰ ভৰ ক্ষমতা কম হোৱাৰ বাবে ভল্টেজৰ সমস্যা হৈছিল, মাজে-সময়ে বিকলো হৈ পৰিছিল । এতিয়া গ্ৰাহকৰ সুবিধা হোৱাকৈ ট্ৰেন্সফৰ্মাৰসমূহ সংযোগ কৰা হৈছে । যাতে গ্ৰাহকসকলৰ ভল্টেজৰ সমস্যা পৰা মুক্ত হয় ।"তেওঁ লগতে কয়,"কলিয়াবত বিদ্যুতৰ সমস্যা নাইকিয়া কৰিবৰ বাবে নতুনকৈ ৮টা বৈদ্যুতিক উপ-কেন্দ্ৰ স্থাপন কৰা হৈছে । জখলাবন্ধাতো পাৱাৰ গ্ৰীডৰ ষ্টেচন নিৰ্মাণ কৰি থকা হৈছে । সম্পূৰ্ণ হ'লেই চামগুৰি পাৱাৰ গ্ৰীডৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ৷"লগতে পঢ়ক:নীট পৰীক্ষাক লৈ কঠোৰ ৰাজ্য চৰকাৰ: ২১ জুনত অসমৰ ৮৭ টা কেন্দ্ৰত পৰীক্ষা

Category

🗞
News
Transcript
00:00We are not a transformer in the 90th century.
00:06The transformer in the 90th century is not a developer.
00:43Thank you very much.
00:55Thank you very much.
01:42Thank you very much.
Comments

Recommended

ETVBHARAT
14 minutes ago