Skip to playerSkip to main content
  • 2 weeks ago
শিৱসাগৰ : অ'এনজিচিয়ে অসম বিৰোধী নীতি গ্ৰহণৰ অভিযোগ তুলি শুকুৰবাৰে শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৰ কৰ্মীয়ে ৷ আটাছুৰ আহ্বানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি অএনজিচিৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদীকাৰী সংগঠনটোৰ কৰ্মী ৷ লগতে কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷অ'এনজিচিৰ কাৰ্যালয়সমূহ স্থানান্তৰ বন্ধ কৰা, ১০০% থলুৱা নিযুক্তি নিশ্চিত কৰা, ব্যক্তিগতকৰণৰ চক্ৰান্ত বন্ধ কৰা, বিশুদ্ধ খোৱাপানী যোগান ধৰা আৰু পৰিৱেশ সন্তুলন, পৰম্পৰাগত ক'লা-সংস্কৃতি সংৰক্ষণ, ক্ৰীড়া আন্তঃগাঠনিৰ উন্নিতকৰণ, ঠিকা আৱন্টনৰ নিয়ন্ত্ৰণ কেন্দ্ৰ নাজিৰাত ৰখা‌, অ'এনজিচিৰ পৰিচালিত চিকিৎসালয়ৰ পৰিকাঠামো উন্নত কৰা আৰু চ্যুকাফা চিকিৎসালয়ত লুণ্ঠন বন্ধ কৰা আদি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷এই সন্দৰ্ভত আটাছুৰ সভাপতি বসন্ত গগৈয়ে কয়,"অসমত তেল উৎপাদন কৰি বহিঃৰাজ্যলৈ কাৰ্যালয় স্থান্তৰ কৰিব তেনেধৰণৰ কথা হ'ব নোৱাৰে ৷ অ'এনজিচিত অসমৰ যুৱ-যুৱতীয়ে চাকৰি পাব লাগিব ৷ কিন্তু অ'এনজিচি কৰ্তৃপক্ষই অসম বিৰোধী স্থিতি গ্ৰহণ কৰিছে ৷"লগতে পঢ়ক:ধুবুৰীত যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শিক্ষকক নিলম্বন

Category

🗞
News
Transcript
00:00if they continue to the family, they will continue to keep them in.
00:04They will hold the family, and run in.
00:07So, you have to Szolwa and visit the Office of the Office of the Office of the Office of the
00:10Office.
00:10Since I have been working on妳 of the Office of the Office of the Office of the Office of Office,
00:12I will also start educating ourselves.
00:16How many of us are a good enough?
00:22This is the luxury of the George Floyd,
00:24where we need to be filled with thealgicremlin,
00:26where you have to be filled with the capital and the capital companies.
00:32If anyone has a profit, the ones who only have a profit are in the area of the company...
00:49...they believe that the jobs have been committed to the city.
00:51We're talking about the jobs that are not for the funding.
00:58We're talking about the jobs, but now we're talking about the jobs that we need to invest.
01:08We're talking about the jobs that we make such jobs while people are being supported.
01:21That is if we should do a lot and get stuck.
01:21No matter how you could get into investing, cessation of society.
01:25Have a great time for people coming together.
01:32Until every year withούdje questions are what we do,
01:36We must Billy Bruce Rubin after making ourDCs
01:37like this from a moment and we said we haven't secured success.
01:39This is such a big relation.
01:41This is 된 category.
01:42For Mr. Dodgers, a dollar for nessa documentary.
01:45We have been here at the cost of this, and I've been here,
01:48and I've been here at the cost of this.
01:49What's been the first time of the company?
01:53We've been here at the cost of this.
Comments

Recommended