Skip to playerSkip to main content
  • 2 weeks ago
মৰিগাঁও : সদস্য ঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ডিষ্টিংশ্যনসহ মৰিগাঁও চে'জ পাণিনি পাৱ্লিক স্কুলৰ আঠগৰাকী শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ সদস্য ঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ডিষ্টিংশ্যনসহ বিদ্যালয়খনৰ আঠগৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাত উৎফুল্লিত শিক্ষক-শিক্ষয়িত্ৰী ৷ সফলতাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক মঙলবাৰে সম্বৰ্ধনা জনাই চে'জ পাণিনি পাৱ্লিক স্কুলৰ কৰ্তৃপক্ষই ৷ সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু জ্যোতি ভাগৱতীয় কয়, " বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সক্ৰিয়তাৰ বাবে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিদ্যালয়খনৰ সুসংগঠিত পৰিৱেশ, গুণগত শিক্ষা প্ৰদানৰ প্ৰচেষ্টা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৃংখলাবদ্ধ মনোভাৱেই এই সফলতাৰ মূল আধাৰ ৷ ২০০৯ত প্ৰতিষ্ঠা হোৱা চে'জ পাণিনি পাৱ্লিক স্কুলখন মৰিগাঁৱৰ এখন আগশাৰীৰ শিক্ষা মঞ্চলৈ ৰূপান্তৰিত হৈছে ৷"লগতে পঢ়ক:জাগীৰোডত গোভা তিৱা বিহুৰ উছাহ: থলুৱা গামোচাৰ বিশেষ বিপণি মুকলি

Category

🗞
News
Transcript
00:00Our students are directlyир style and entitled to a member of the policy in U.S.H.
00:07The support of the students are being in the US Army Department of U.S.
00:10Our region of U.S.H.O.S.K.O. is to debate about the people of U.S.H
00:18.O.S.
00:28Thank you very much.
01:04Thank you very much.
01:29Thank you very much.
01:56Thank you very much.
01:59Thank you very much.
02:12Thank you very much.
02:36Thank you very much.
02:52Thank you very much.
03:13Thank you very much.
03:22Thank you very much.
04:10Thank you very much.
Comments

Recommended