Skip to playerSkip to main content
  • 3 months ago
কোকৰাঝাৰ : ৰাজ্যৰ বাকী সমষ্টিবোৰৰ দৰে কোকৰাঝাৰ সমষ্টিৰো প্ৰতিটো ভোটকেন্দ্ৰতে পুৱাৰে পৰা ভোটাৰৰ লানি নিছিগা ভিৰ দেখা গৈছে । সমষ্টিটোৰ দেৱৰগাঁও হাইস্কুলৰ ১০৪ নং ভোটকেন্দ্ৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু পত্নী তথা সমষ্টিটোৰ এনডিএ প্ৰাৰ্থী শিউলী মহিলাৰীয়ে ভোটদান কৰে । ভোটদান কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "আমাৰ ভাল ফলাফল হোৱাটো নিশ্চিত ৷ মুঠতে বিটিচিত বিপিএফ দলে ১১ খন আসন পোৱাটো নিশ্চিত । এনডিএ হিচাপে বিটিচিৰ ১৫ খন আসনে পোৱাটো খাটাং ৷ অসমত এইবাৰ এনডিএ চৰকাৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব ৷" সমষ্টিটোৰ প্ৰাৰ্থী শিউলী মহিলাৰীয়ে কয়, "মই জয়ী হোৱাটো ১০০ শতাংশই নিশ্চিত ৷ জয়ী হ'লে মন্ত্ৰিত্ব বিচাৰিম । এয়া মহিলাসকলৰ দাবী ৷ নিৰ্বাচনৰ পাছত বহু কাম কৰিবলগীয়া আছে ৷"লগতে পঢ়ক :অসম বিধানসভা নিৰ্বাচন ২০২৬ : পুৱাৰে পৰা ভোটকেন্দ্ৰত লানি নিছিগা ভিৰ

Category

🗞
News
Transcript
00:00This is the position of the villages, and the villages were also there.
00:07I did a whole lot of villages that were found from the villages and people.
00:15There is an excellent area.
00:20When I was in the village of Jerusalem I would say there's more than some of the villages in the
00:24village.
00:25I would say there's more than nothing, the village of Jerusalem is one of which I would say.
00:50Thank you very much.
01:00they would have the right side to be sent to other people,
01:05but the result is that they needed this,
01:07and the result was the result,
01:09they needed some money,
01:12but with the result,
01:16the result was the result of them,
01:18No, we have a student's students have a student's student who looks like to learn a lot of other students,
01:24and the family has a student's student.
01:25How many students do this job?
01:29I don't know how to do this job.
01:33I have a man in the office, and I have a boss, a man in the office.
01:45I will not be able to do this.
01:46I will not be able to do this.
01:49I will not be able to do this.
Comments

Recommended