Skip to playerSkip to main content
  • 7 weeks ago
গুৱাহাটী: শুকুৰবাৰে গুৱাহাটীৰ ভূতনাথৰ কালিপুৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা । পৰীক্ষা দিবলৈ যোৱা শিক্ষাৰ্থীৰ বাহনত বাগৰি পৰিল প্ৰকাণ্ড গছ ৷ ফলত পৰীস্মিতা হাজৰিকা নামৰ ছাত্ৰীগৰাকীৰ মৃত্যু হৈছে ৷ ঘটনাৰ বিবৰণি অনুসৰি, AS01 BM 5232 নম্বৰৰ স্কুটীৰে দুই শিক্ষাৰ্থী পৰীক্ষা দিবলৈ পাণ্ডু মহাবিদ্যালয়লৈ গৈ আছিল ৷ তেনেতে চলন্ত বাহনখনত উভালি পৰে এজোপা প্ৰকাণ্ড গছ ।ফলত পৰীক্ষালৈ যোৱা পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰ জ্যোতিৰ্ময় মহন আৰু পৰীস্মিতা হাজৰিকা নামৰ ছাত্ৰীগৰাকীৰ আহত হৈছিল । ভূতনাথ ৰে'ল লাইনৰ সমীপতে সংঘটিত শোকাবহ ঘটনাত আহত হোৱা পৰীস্মিতাক চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যু হয় ৷ নিহত ছাত্ৰীগৰাকীৰ ঘৰ চৰাইদেউৰ সোণাৰিত বুলি জানিব পৰা গৈছে । ছাত্ৰীগৰাকী পাণ্ডু মহাবিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰী আছিল ৷ ইফালে আহত ছাত্ৰ জ্যোতিৰ্ময় মহন বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে ৷লগতে পঢ়ক:বঙাইগাঁৱত ৰাইজে জব্দ কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক

Category

🗞
News
Transcript
00:00There was one injury that the person was in the hospital.
00:05There was a risk for the people.
00:08There was a fist for those injuries.
00:11There was a dead body in the hospital.
00:13There was a dead body there.
00:18There was probably history.
00:20And there was a spinal cord cord.
00:39The dead body is dead, but the dead body is dead.
00:45The dead body is dead, and the police are dead.
00:50When it becomes a medical diagnosis, it is a medical normal.
00:52What do you call?
00:53The doctor is working with a doctor.
00:55There's a lot of MRI, but they don't feel like they were supposed to call.
01:04But, they're very poor.
01:06The doctor is sick of his injuries.
01:07You have to beat him, your doctor is sick of injury.
01:11I think it's a complement and a complement.
Comments

Recommended