Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
ধিঙৰ পৰা খহিল এআইইউডিএফ, ৰাইজৰ দলৰ দখলত ধিং সমষ্টি
3 months ago
নগাঁও : নগাঁও জিলাৰ অন্যতম সমষ্টি হৈছে ধিং ৷ বিগত তিনিবাৰকৈ এআইইউডিএফৰ দখলত থকা ধিং সমষ্টিত এইবাৰ পৰিৱৰ্তনৰ ধুমুহা বলিল ৷ এআইইউডিএফৰ দুৰ্গ স্বৰূপ ধিং সমষ্টিত এইবাৰ ৰাইজৰ দলৰ দখললৈ আহিল ৷ ধিং সমষ্টিত প্ৰায় ৭০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে । ইতিমধ্যে গণনা সম্পন্ন হৈছে যদিও নিৰ্বাচন আয়োগে আনুষ্ঠানিকতা প্ৰকাশ কৰা নাই ৷ভোটগণনা শেষ হোৱাৰ পাছতে ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে কয়,"অসমৰ আটাইতবোৰ সমষ্টিৰ ভিতৰত পিছপৰা সমষ্টিটো হৈছে ধিং সমষ্টি ৷ ভিন্ন সমস্যাৰ সৈতে ধিং সমষ্টিবাসী বিগত সময়ত যুঁজ দিবলগীয়া হৈছিল ৷ সেয়ে পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে এইবাৰ আমাক ভোট দিছে ৷ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ প্ৰতি সন্মান জনাই বিগত সময়ত ৰাইজৰ বাবে কাম কৰি যাম ৷"লগতে পঢ়ক:দিছপুৰ-বিহপুৰীয়াৰ শেহতীয়া খবৰ: বৃহৎ ব্যৱধানত আগুৱাইছে প্ৰদ্যুৎ বৰদলৈ, পিছুৱাই আছে ভূপেন বৰা
Category
🗞
News
Transcript
Display full video transcript
00:21
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
2:11
|
Up next
লাহৰীঘাটত আটক ড্ৰাগছসহ সৰবৰাহকাৰী
ETVBHARAT
3 weeks ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
3 weeks ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
4 weeks ago
1:45
মাজুলীত বন্যহস্তীৰ বিশাল জাকৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ
ETVBHARAT
4 weeks ago
2:11
মৰিগাঁৱত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সন্মান সমাৰোহ: ৬ আগষ্টৰ পৰা দেশজুৰি নিচামুক্ত অভিযান
ETVBHARAT
4 weeks ago
1:44
कोडरमा में भीषण सड़क हादसा, नेपाल के तीन कांवरियों की मौत
ETVBHARAT
49 minutes ago
1:26
বন্যহস্তীয়ে কৃষি নষ্ট কৰিলে কৃষকে পাব ধন, ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
5 weeks ago
3:01
অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ
ETVBHARAT
5 weeks ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
6 weeks ago
2:27
সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত বৰভাগ এৰাৰ সকীয়নি ৰাইজৰ
ETVBHARAT
7 weeks ago
5:03
আইন অনুসৰি উচ্ছেদ অভিযান অব্যাহত থাকিব: ৰণজিৎ কুমাৰ দাস
ETVBHARAT
7 weeks ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
2 months ago
3:48
কবি মিহিৰ মৌচম ৰয়ৰ কাব্যগ্ৰন্থ উন্মোচন
ETVBHARAT
2 months ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
2 months ago
3:56
প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল
ETVBHARAT
2 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
4 months ago
1:26
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ
ETVBHARAT
4 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
4 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
4 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
4 months ago
2:21
মাজুলী কংগ্ৰেছৰ ৰেলীত বঙলমৰাৰ পৰা আনিছে মিঞা : ভূৱন গাম
ETVBHARAT
5 months ago
1:04
পাঁচ বছৰত নকৰিলে একোৱেই, আকৌ প্ৰতিশ্ৰুতি দিবলৈ যাওতেই দিলে পহুখেদা
ETVBHARAT
5 months ago
2:33
দলে-বলে গৈ মনোনয়ন দাখিল নগাঁও বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ
ETVBHARAT
5 months ago
5:35
অগ্নিসংযোগেৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ
ETVBHARAT
7 months ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
1 year ago
Comments