Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
কাতি বিহুত বকুল তলত ৰবাব টেঙাৰ জুতি আৰু কবিৰ আড্ডা
3 days ago
কলিয়াবৰ : কাতি বিহুৰ বিয়লি কলিয়াবৰৰ বৰি গাঁৱৰ ৰাইজে বকুল তলৰ শীতল ছাঁত এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজনেৰে সজীৱ কৰি তুলিলে । শৰতৰ মিঠা বতাহজাকৰ সৈতে বকুলৰ সুবাস বুকুত বান্ধি অলপ হাঁহি-ধেমালি আৰু মন চুই যোৱা কবিতা, নিমখ-জলকীয়াৰে ৰবাব টেঙাৰ জুতিৰ লগতে কবিতা ভালপোৱাসকলৰ উপস্থিতিত সমগ্ৰ অঞ্চল প্ৰাণ পাই উঠিল ।কাতি বিহুৰ দিনা ধাননিৰ মাজত ৰবাব টেঙা খোৱাৰো এক দীৰ্ঘদিনীয়া পৰম্পৰা আছে । কিন্তু সময় সলনি হ'লেও একাংশ কবি আৰু বৰি গাঁৱৰ ৰাইজে সেই পৰম্পৰা ধৰি ৰখাৰ এক ব্যতিক্ৰমী পদক্ষেপ লৈছে । এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই কয়, "এইবছৰ প্ৰথমবাৰৰ বাবে কাতি বিহুত ৰবাব টেঙাৰ লগত কবিতাৰ আমেজ ল'ব বিচাৰিছোঁ । যিহেতু কবিসকলক গানৰ মজিয়াত বা বিহুৰ মঞ্চত নাপাও । সেয়ে কাতি বিহুৰ মঞ্চত কবিসকলক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ । নতুন কিবা এটা আনিবলৈ চাইছোঁ । যাতে আগলৈও দৃষ্টান্ত হৈ ৰয় ।"লগতে পঢ়ক :বৰপেটাৰ ৰাখাল থানত ৩০ ঘণ্টীয়া কাতি বিহুৰ নাম প্ৰসংগ
Category
🗞
News
Transcript
Display full video transcript
00:00
I
00:30
They're still not at all.
00:31
They're still in here.
00:36
They're still at the same place.
00:40
They're still in the same place.
00:44
They're still there.
Show less
Recommended
3:12
|
Up next
বৰক্ষেত্ৰীৰ চৰত প্ৰথমা পত্নীৰ ভাতৃক হত্য়া ভনী জোৱায়েকৰ
ETVBHARAT
2 months ago
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
2 months ago
0:40
ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই
ETVBHARAT
2 months ago
3:14
বৰমাত স্বাধীনতা দিৱস উপলক্ষে বিজেপিৰ ত্ৰিৰংগা যাত্ৰা
ETVBHARAT
2 months ago
1:37
ঘৰৰ চোতালত পুতি থৈছিল নিচাজাতীয় সামগ্ৰী, আটক গাঁওৰক্ষী বাহিনীৰ সম্পাদক
ETVBHARAT
3 months ago
7:17
नेताजी सुभाष चंद्र बोस के रहे साथी, रंगून जेल में यातनाएं सहीं, 101 साल की उम्र में कायम है जज्बा
ETVBHARAT
7 minutes ago
8:01
’چہرہ جلایا گیا، ٹیٹو سے ہوئی شناخت‘: 22 روز بعد امرتسر میں اعجاز کی لاش ملنے کے بعد کوکرناگ میں غم کی لہر
ETVBHARAT
8 minutes ago
5:51
टीकमगढ़ की शक्तिपीठ अजब महिमा, जहरीले जीव-जंतुओं के दंश से मिलता है छुटकारा
ETVBHARAT
10 minutes ago
1:59
વડોદરા પહોંચી ભારતીય મહિલા ક્રિકેટ ટીમ, 23 ઓક્ટોબરે ઝિમ્બાબ્વે સામે કોટંબી સ્ટેડિયમમાં મુકાબલો
ETVBHARAT
10 minutes ago
1:42
शिर्डीत साईबाबांच्या 108 व्या पुण्यतिथी उत्सवाची सांगता; गोपालकाल्याच्या कीर्तनानंतर दहीहंडी फोडली
ETVBHARAT
14 minutes ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
3 months ago
3:01
অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ
ETVBHARAT
3 months ago
1:18
লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত অগ্নিকাণ্ড
ETVBHARAT
4 months ago
2:14
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
ETVBHARAT
4 months ago
2:43
কঠীয়াতলীত লাখ টকীয়া তিৱা সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন
ETVBHARAT
4 months ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
4 months ago
2:18
যিকোনো মুহূৰ্তত কলগাছিয়াত চলিব বুলডজাৰ, সাজু প্ৰশাসন
ETVBHARAT
4 months ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
5 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
6 months ago
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
6 months ago
1:11
বাৰ্ষিক মহাপালনাম কীৰ্তনৰ সামৰণিত ভাগৱত ভ্ৰমণ
ETVBHARAT
6 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
6 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
6 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
6 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
7 months ago