Skip to playerSkip to main content
  • 19 hours ago
মাজুলী: কৰ্মসংস্থাপন বিচাৰি নিতৌ বহু যুৱক-যুৱতীয়ে নিজা ঘৰ, নিজা ৰাজ্য এৰি অসমৰ পৰা আন আন ৰাজ্যলৈ ঢাপলি মেলে । আনকি কৰ্মসংস্থাপন বিচাৰি যোৱা বহু যুৱকে বিভিন্ন কাৰণত বহিঃৰাজ্যতে মৃত্যুক আঁকোৱালি লোৱাও দেখিবলৈ পোৱা যায় ৷ শেহতীয়াকৈ তেনে এক ঘটনাই সংঘটিত হৈছে ৷জানিব পৰা মতে, এইবাৰ মাজুলী জিলাৰ নয়াবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত সোণোৱাল কছাৰী গাঁৱৰ অভিজিৎ সোণোৱাল নামৰ এজন যুৱকৰ বহিঃৰাজ্যত মৃত্যু হৈছে ৷ পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, মঙলবাৰে গাঁৱৰে অন্য তিনিজন যুৱকৰ সৈতে অভিজিতেও জীৱিকাৰ সন্ধানত কেৰালা অভিমুখে ৰাওনা হৈছিল ৷ কিন্তু কেৰালা গৈ পোৱাৰ পূৰ্বেই বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত অন্ধ্ৰপ্ৰদেশৰ কাক্কিনাড়া আৰক্ষীয়ে অভিজিতক মৃত অৱস্থাত উদ্ধাৰ কৰে ।অভিজিতৰ এই আকস্মিক মৃত্যুক লৈ এতিয়া তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে । চলন্ত ৰে’লৰ পৰা অসাৱধানবশতঃ পৰি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ল নে ইয়াৰ আঁৰত কোনো চক্ৰ জড়িত হৈ আছে - তাক লৈ পৰিয়ালৰ লোকে গভীৰ সন্দেহ প্ৰকাশ কৰিছে । কোনো দুষ্কৃতিকাৰীয়ে যুৱকজনক ৰে’লৰ পৰা ঠেলি পেলাই দিলে নেকি, তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে । আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব ।লগতে পঢ়ক :সোণম ৱাংচুকৰ ছবি আঁকিবলৈ চেষ্টা কৰা দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ লগতে পঢ়ক : নিউ হাফলং ৰে’লৱে ষ্টেচনত ২২০.৬ গ্ৰাম সন্দেহজনক হেৰ’ইনসহ আটক তিনি যুৱকক

Category

🗞
News
Transcript
00:02foreign
00:10foreign
00:30Now we have to sit there.
00:33If it's a place, you can ask to get some questions.
00:38I'm going to ask you a question.
00:40Do you want to hear?
00:43You can hear me.
00:45I have to ask you a question.
00:47And you can't ask me, I'll tell you.
00:52What's your question?
00:53I asked you for a question, I will tell.
00:53I'll tell you something.
00:58I'll tell you something.
00:59I don't know what I'm talking about.
01:01You won't get a good point.
01:03You won't get a good point.
01:05And I'll get to...
01:09I'll get to the other side.
01:11We'll go to the other side.
01:14I'll get to the other side.
Comments

Recommended