Skip to playerSkip to main content
  • 20 minutes ago
গুৱাহাটী : গুৱাহাটীৰ চন্দ্ৰপুৰত অঘটন । দেওবাৰে চন্দ্ৰপুৰৰ ব্ৰহ্মপুত্ৰত নুনমাটি হিন্দী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ সুমিত সাহ নামৰ এটি কিশোৰ নিখোজ হোৱা বুলি জানিব পৰা গৈছে ৷ সন্ধানহীন কিশোৰটিৰ ঘৰ নুনমাটিৰ ভাৰত পেট্ৰ’লিয়াম ডিপোৰ ওচৰত বিষ্ণু ৰাভা পথত বুলি জানিব পৰা গৈছে । তিনি বন্ধুৰ সৈতে দেওবাৰে চন্দ্ৰপুৰলৈ ফুৰিবলৈ বুলি গৈছিল সুমিত ৷ হাজংবড়িৰ ব্ৰহ্মপুত্ৰত পাৰত ফটো উঠিব লওঁতেই পিছলি ব্ৰহ্মপুত্ৰৰ বুকুত পৰি নিখোজে হয় কিশোৰজন ।সেই সময়ছোৱাত উক্ত স্থানত উপস্থিত থকা এগৰাকী মহিলাই সুমিতক উদ্ধাৰ কৰিব চেষ্টা কৰিছিল যদিও বিফল হয় । ইফালে এই ঘটনা বিষয়ে জানিব পাৰি ঘটনাস্থলিত উপস্থিত হয় প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ লগতে SDRF বাহিনীৰ লোক ৷ ব্ৰহ্মপুত্ৰত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বাতৰি লিখা পৰলৈকে কিশোৰটিৰ কোনো সন্ধান পোৱা নাই ।সুমিত সাহৰ পিতৃয়ে কয়, ‘‘সি ঘৰৰ পৰা পুৱা একো নোখোৱাকৈয়ে লগৰ লগৰীয়াৰ লগত ওলাই আহিছিল ৷ কিয় বা ক’লৈ যাবলৈ আহিছিল সেয়া নাজানো, ঘৰত নোকোৱাকৈয়ে ওলাই আহিছিল ৷’’এগৰাকী মহিলাই কয়, ‘‘আমি তিনিজন ল’ৰা অহা দেখিছিলো ৷ পিছত এজনে ভৰি ধুব নে ফটো ফঠিবলৈ নদীৰ কাষলৈ গৈছিল, সেয়া নেদেখিলো ৷ পাছত পানী ডুব যোৱা দেখি মই নিজে নামী উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলো, কিন্তু নোৱাৰিলো ৷ তিনিজন ল’ৰা আছিল, বৰ্তমান এজন আছে, আনজনে ভয়তে এই ঠাইৰ পৰা পলাই গৈছে ৷’’লগতে পঢ়ক :ডিমৰীয়াত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন লগতে পঢ়ক : গংগাত অঘটন: দুজনৰ মৃত্য়ু, সন্ধানহীন বহুজন

Category

🗞
News
Transcript
00:00I'm a father.
00:01What's your name?
00:02Sumich Sa.
00:03What's your name?
00:04Dushuna.
00:05Mr. Vangati.
00:06Why are you here?
00:08I'm a worker.
00:09How do you do?
00:11I don't know how to do this.
00:13What do you do?
00:15I'm a worker.
00:16I'm a worker.
00:17Do you do it?
00:19I'm a worker.
00:34foreign
00:42foreign
00:58and the scooter goes.
01:01What is this?
01:04Here is, the photo.
01:08I can't see him.
01:09I cannot see him先生.
01:09If I have the photo, I can't see him.
01:13Here is, I don't have to see him.
01:13Here is, the photo.
01:13After this, the photo did my photo.
01:16Here is a photo.
01:17The photo didn't have two photos.
01:22I'll be hanging out with the photo.
01:23This is a very important thing.
01:24It's very important to me.
01:26What's your name?
01:31I'm not sure.
01:33I'm not sure.
01:34You're not sure.
01:35You're not sure.
01:36You're not sure.
01:37You're not sure.
Comments

Recommended