Skip to playerSkip to main content
  • 3 days ago
অভয়াপুৰী: পুনৰ গো-মাংসৰ প্ৰসংগ ৷ কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ কৃষ্ণাইত ছাত্ৰই টিফিনত গো-মাংসক অনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ শেহতীয়াকৈ অভয়াপুৰীৰ যোগীঘোপাৰ এখন হোটেলত ওলাল নিষিদ্ধ গো-মাংস ৷জানিব পৰা মতে, বুধবাৰে নিশা যোগীঘোপাৰ মূল বজাৰত অৱস্থিত ছেভেন তাজ হোটেলত আৰক্ষীয়ে অভিযান চলায় । অভিযানকালত যোগীঘোপা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ গো-মাংস ৷ লগতে যোগীঘোপা আৰক্ষীয়ে অসম গো সুৰক্ষা আইন ২০২১ৰ অধীনত হোটেলৰ স্বত্বাধিকাৰ হাফিজুল ইছলাম ওৰফে ৰাজাকো আটক কৰে । জানিব পৰা মতে, গো-মাংস বিক্ৰী কৰি ইয়াৰ পূৰ্বেও হাফিজুল ইছলাম জেললৈ গৈছিল ।হোটেলখনত ভাত খাবলৈ অহা এজন লোকে কয়, ‘‘মই আগতেই গম পাইছিলো ইয়াত গো-মাংস বিক্ৰী কৰে বুলি ৷ কিন্তু মই আজি এই হোটেলত কোনো মাংস খোৱা নাই ৷ মই ভাত খাই থাকোতেই পুলিচ আহিল আৰু এজনক আটক কৰি লৈ গৈছে ৷’’আৱশ্যে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই ৷লগতে পঢ়ক : আমিষ খাদ্য নচলিব ! ছাত্ৰ-ছাত্ৰীক টিফিনত কেৱল নিৰামিষ খাদ্যহে দিব পাৰিব অভিভাৱকেলগতে পঢ়ক : ছাত্ৰই টিফিনত আনিলে গো-মাংস ! গোৱালপাৰাৰ বিদ্যালয়ত হাহাকাৰ

Category

🗞
News
Transcript
00:00I had a boy where I got married.
00:03I had a boy who was ill.
00:04I tried to marry a teacher and I'm like,
00:07I'm not aware of that.
00:08I was like a girl who was ill,
00:10but now I am like someone who was ill.
00:14I had a boy who was ill.
00:16How did you say that?
00:22Well, I was a girl who was ill.
00:23I said, I was a boy who was ill.
00:26I was like a girl who was ill.
00:28Can you have to say anything about this?
00:31I have to say something about this.
00:33I thought this is not the way I was going to say anything about this.
00:36What was the meaning of this?
00:37I was going to say something about this.
00:40What did you say to this?
00:42What did you say to me?
00:44I was wrong with that.
00:46What did you say to me?
00:47I was wrong with you.
Comments

Recommended