Skip to playerSkip to main content
  • 2 hours ago
সোণাপুৰ: জুবিন ক্ষেত্ৰত গোঁসাই বিহুৰ দিনা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয় লেখিকা অঞ্জলি মহন্তৰ কাব্যগ্ৰন্থ ‘নিঃসংগতাৰ মৌন আলাপ’ উন্মোচন কৰা হয় । গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট অতিথি ইন্দু সিঙে । গ্ৰন্থখনি উন্মোচন কৰি ইন্দু সিঙে তেওঁৰ ভাষণত কয় যে লেখিকা অঞ্জলি মহন্তই সুদীৰ্ঘ দিন ধৰি নীৰৱে সাহিত্য চৰ্চা কৰি আহিছে । আজি তেওঁৰ এই সাৰ্থক সৃষ্টি ‘নিঃসংগতাৰ মৌন আলাপ’ গ্ৰন্থ আকাৰে ৰাইজৰ হাতত অৰ্পণ কৰিবলৈ পাই তেওঁ অত্যন্ত আনন্দিত হৈছে ।ইপিনে, গ্ৰন্থখনৰ জন্ম আৰু পটভূমি সম্পৰ্কে আৱেগিক হৈ লেখিকা অঞ্জলি মহন্তই কয় যে জীৱনৰ এক জটিল আৰু কুটিল সন্ধিক্ষণত মানসিকভাৱে ভাৰাক্ৰান্ত হৈ থকা সময়তে তেওঁৰ মনৰ ভাৱবোৰে শব্দৰ ৰূপ লৈছিল । সেই বিব্ৰত মুহূৰ্তবোৰেই লাহে লাহে কবিতালৈ ৰূপান্তৰিত হ’ল । তেওঁ কয়, “সময়ৰ আহ্বানত কৰা সেই লিখা-মেলাবোৰ আজি ‘নিঃসংগতাৰ মৌন আলাপ’ হিচাপে আত্মপ্ৰকাশ কৰিলে । জুবিন ক্ষেত্ৰই এই গ্ৰন্থখনৰ জন্মস্থল আৰু ইয়াতেই গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই মই ধন্য হৈছোঁ ।”  লেখিকাগৰাকীয়ে জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা জনাই তেওঁৰ ওপৰতো এটা কবিতা লিখাৰ কথা জানিবলৈ দিয়ে । গ্ৰন্থখনত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ পৰা আৰম্ভ কৰি সমাজৰ পৰা হেৰাই যোৱা মহান ব্যক্তিসকলৰ জীৱনৰ ওপৰতো আলোকপাত কৰা হৈছে । সোণতৰা মহন্তই সভাপতিত্ব কৰা এই বিশেষ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উমাকান্ত মহন্ত আৰু উজ্জ্বল বেজবৰুৱা ।লগতে পঢ়ক: সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰত ঢুলীয়া-বিহুৱতীয়ে দিলে বিহুৰ পৰশ, জুবিন গাৰ্গলৈ শ্ৰদ্ধা‘এই চৰকাৰখনে জুবিনদাক কেৱল অৱহেলা কৰিছে’ : সোণাপুৰত অখিল গগৈৰ ক্ষোভ

Category

🗞
News
Transcript
00:00Oh
00:24You've been kept up more for some preak more not me hunger
00:30We said we could not have a child with the situation.
00:34Actually, I was like, I am not where I am.
00:39Because when people are alive, I am being able to find a person.
00:44I am very proud of myself and I am very proud of myself.
00:49I am not proud of myself and I am not proud of myself.
00:52I am proud of myself and I am proud of myself.
00:55I am proud of myself and I am proud of myself.
01:02foreign
01:15foreign
01:19Iعم��게 is journal management for writing GTAP.
01:22Suzanne, it is a material and muscle layer and how do we get the books?
01:28What's that for?
01:29They doanges the book
01:30The first thing goes down here, unless you do a music session that posts that posts it up a風of,
01:38when you look at Charlie Chaplin.
01:40I am asking the author Bill to submit something over YouTube.
01:45She took the work.
01:48I told him that she was going to be a woman,
01:50so I said he was going to be a person.
01:53I told him I was a woman.
01:53But if I was a woman, I had a woman,
02:03and the woman who was a woman.
02:07I told him,
02:09I tell him,
02:10I wrote a book,
02:12When I was born to the
02:15A book, I received my notes, and I received my notes and verses, which said to me, I wrote
02:20Because I have hired my notes in this book, I was looking for a book of books.
02:37and I found it in my book for more than 2 years.
02:40I found it in my book,
02:41and I found it in my book.
02:43And at this time,
02:44I found it in my book,
02:47and I found it in my book,
02:48and I found it in my book.
Comments

Recommended