Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
ভাৰত-বাংলাদেশৰ সীমামূৰীয়া দক্ষিণ শালমাৰা-মানকাচৰত ব্ৰহ্মপুত্ৰই মাতিছে বিপৰ্যয়, খহনীয়াই নিছে মাটি-ভেটি
6 weeks ago
দক্ষিণ শালমাৰা-মানকাচৰ: ভাৰত-বাংলাদেশৰ সীমামূৰীয়া জিলা দক্ষিণ শালমাৰা-মানকাচৰ এশ-এবুৰি সমস্যাৰে ভৰপুৰ ৷ বিশেষকৈ জিলাখনত ব্ৰহ্মপুত্ৰৰ খহনীয়াই দীৰ্ঘসময়ৰে পৰা গুৰুতৰ সমস্যা সৃষ্টি কৰি আহিছে ৷ জিলাখনৰ সুখচৰৰ নতুন ফাত্তাপাৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিগত এমাহৰ ভিতৰত প্ৰায় শতাধিক পৰিয়ালৰ ভেটি-মাটি আৰু বাসগৃহ নদীৰ বুকুত বিলীন হৈ যোৱাৰ খবৰ পোৱা গৈছে ।বিকশিত ভাৰতৰ নীতিক সাৰোগত কৰি উন্নয়নৰ জয়গান গোৱা ৰাজ্য চৰকাৰে কিন্তু দীৰ্ঘদিনীয়া এই সমস্যা আজিকোপতি সমাধান কৰাত সফল নহ’ল ৷ যাৰ বাবে গাঁওখনৰ লোকসকল কিছু পৰিমাণে চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ পৰা দেখা গৈছে ৷ আব্দুল মজিদ নামৰ গাঁওখনৰ এজন লোকে কয়, ‘‘ইয়াত যোৱা দুদিন ধৰি ভয়াবহ খহনীয়া আৰম্ভ হৈছে । বিগত এমাহৰ ভিতৰত প্ৰায় শতাধিক লোকৰ বাসগৃহ নদীৰ বুকুত বিলীন হৈ গৈছে । ইয়াত চৰকাৰে কোনো আঁচনি দিয়া নাই ৷’’আন এজন ভুক্তভোগীয়ে কয়, ‘‘সুখচৰৰ নতুন ফাত্তাপাৰাত বিগত দুদিন ধৰি গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াত কোনো চৰকাৰী মানুহ দেখা নাই । চৰকাৰক আহ্বান জনাওঁ যে আমাৰ নতুন ফাত্তাপাৰা গাঁৱক নদীৰ পৰা বচাব লাগে । ইয়াত অলপ দূৰৈত এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে । গতিকে চৰকাৰক আহ্বান জনাওঁ যে, আমাৰ গাঁও আৰু এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় বচাব লাগে । লগতে দৰিদ্ৰ মানুহবিলাকক সহায় কৰিব লাগে ৷’’লগতে পঢ়ক: কাকৈজানা সংৰক্ষিত বনাঞ্চলত হোম ষ্টে': পৰ্যটকক আকৰ্ষণ কৰিবলৈ প্ৰকৃতিপ্ৰেমী যুৱকৰ পদক্ষেপ
Category
🗞
News
Transcript
Display full video transcript
00:00
I am very happy to see the people who have been doing this.
00:03
I am glad that it is not doing this.
00:04
Do you have any questions?
00:11
No, I have been able to see the people who have been doing this before.
00:18
Do you have any questions?
Show less
Recommended
2:01
|
Up next
অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ; ইতিহাস ৰচিলে বৰপেটা ব্ৰেভছ দলে
ETVBHARAT
2 months ago
2:50
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
2 months ago
2:53
বৰপেটাত দুটাকৈ বাল্যবিবাহৰ ঘটনা ৰোধ, দুগৰাকী নাবালিকাক উদ্ধাৰ
ETVBHARAT
2 months ago
3:01
বান বিভীষিকাৰ মাজতে ভাতৃক লোৰ ৰডেৰে মৰিয়াই হত্যা
ETVBHARAT
3 months ago
2:21
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
3 months ago
1:56
कासगंज में दो पक्षों में खूनी संघर्ष; ढकपुरा गांव में कई घायल, अस्पताल में चल रहा इलाज
ETVBHARAT
7 hours ago
2:51
"कांग्रेस को आत्मचिंतन की जरूरत", रोहतक में बोले हरियाणा के पूर्व विधानसभा अध्यक्ष कुलदीप शर्मा
ETVBHARAT
7 hours ago
0:31
बरेली में घायल बुजुर्ग की मौत, बेटी-दामाद में चल रहा था विवाद, बीच-बचाव करने गए थे
ETVBHARAT
7 hours ago
1:27
'रेखा आर्या के प्रति कांग्रेस की सहानुभूति, लेकिन कथित 200 करोड़ मामले पर हो ED और CBI जांच'- धस्माना
ETVBHARAT
7 hours ago
3:37
कांग्रेस नेताओं के बीच मंच पर दिखे ये पूर्व MLA, सीएम के खिलाफ मोर्चा खोलने पर 6 साल के लिए हुए हैं सस्पेंड
ETVBHARAT
7 hours ago
1:18
অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু মাজুলীৰ যুৱকৰ
ETVBHARAT
3 months ago
1:00
মৰাণৰ চেপন শ'লগুৰিত অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু
ETVBHARAT
3 months ago
1:00
বৰষুণৰ আশাত শিশুৱে পাতিলে ‘কল-পচলাৰ বিয়া’
ETVBHARAT
3 months ago
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
4 months ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
4 months ago
1:02
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
4 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
4 months ago
1:44
মাজুলীত ১৫০০ লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস
ETVBHARAT
4 months ago
1:51
ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বাজিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি
ETVBHARAT
4 months ago
3:50
১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়া
ETVBHARAT
5 months ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
5 months ago
1:28
হাতত নাই পাঠ্যপুথি ! কিতাপ অবিহনেই নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বহিব পৰীক্ষাত
ETVBHARAT
5 months ago
0:45
বৰপেটাত জন ভাগিদাৰী অভিযান: জনজাতীয় লোকৰ সৰ্বাংগীন উন্নয়নেই প্ৰশাসনৰ লক্ষ্য
ETVBHARAT
5 months ago
2:47
মঞ্চত দীক্ষু, বোকাত অনুৰাগীৰ কান্দোন; জুবিন বিহীন বিহুৰ মৰ্মান্তিক দৃশ্য!
ETVBHARAT
6 months ago
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
6 months ago