Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
যোৰহাটত বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ
5 months ago
যোৰহাট: বৰ্তমান অসমৰ বনাঞ্চলত পোৱা বিৰল প্ৰজাতিৰ ভিতৰত অন্যতম এক দুস্প্ৰাপ্য প্ৰজাতি হ'ল লাজুকী বান্দৰ । যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰৰ ৰজাবাহৰ বৰবৰা আলিত বুধবাৰে নিশা ভাগত কেইজনমান যুৱকে উদ্ধাৰ কৰে এটা দুস্প্ৰাপ্য লাজুকী বান্দৰ । নিশাৰ ভাগত পথাৰ মাজৰ পৰা আহি থকা এটা লাজুকী বান্দৰে ৰজাবাহৰ বৰবৰা আলি অতিক্ৰম কৰিবলৈ আহি থকা দেখা পায়, সেইপথৰে ঘৰলৈ আহি থকা কেইজনমান যুৱকে । লাজুকী বান্দৰটোৰ যাতে কোনো হানি-বিঘিনি নঘটে তাৰ বাবে তেওঁলোকে লাজুকী বান্দৰটো উদ্ধাৰ কৰে । উদ্ধাৰ কৰিবলৈ যোৱা সময়তে লাজুকী বান্দৰটোৱে কামোৰে যুৱক কেইজনক । ফলত দেহৰ বিভিন্ন স্থানত আঘাত পায় যুৱক কেইজনে । উদ্ধাৰ কৰা লাজুকী বান্দৰটোক বাটৰুৱা কুকুৰে যাতে কোনো হানি-বিঘিনি নঘটায়, তাৰ প্ৰতি লক্ষ্য ৰাখি ওচৰৰে নামঘৰত লাজুকী বান্দৰটো সংৰক্ষণ কৰা হৈছে । ইতিমধ্যে এই সৰ্ম্পকত বন বিভাগক খবৰ দিয়া হৈছে । আনহাতে নিশা উদ্ধাৰ হোৱা লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰিবলৈ উক্ত স্থানত উপস্থিত হয় ৰাইজ ।লগতে পঢ়ক: অসম-মণিপুৰ সীমান্তত ড্ৰাগছ বিৰোধী অভিযানত গুলীচালনা: আৰক্ষী জোৱান আহত - ANTI DRUG OPERATIONতৃতীয়বাৰৰ বাবে বিজয়ী জাকিৰ হুছেইন শিকদাৰ, পাকাবেতবাৰীত উলাহৰ ঢল - ASSAM ASSEMBLY ELECTION 2026
Category
🗞
News
Transcript
Display full video transcript
00:13
This video is brought to you by the National Anthem of the National Anthem of the National Anthem of the
00:14
National Anthem of the National Anthem.
Show less
Recommended
1:29
|
Up next
জোনাইত 'হৰ ঘৰ ত্ৰিৰংগা' অভিযানৰ লগত সংগতি ৰাখি ত্ৰিৰংগা ৱাকাথন
ETVBHARAT
2 months ago
1:06
পেঞ্চনৰ ধনেৰে নাজিৰাৰ ১০০টা পৰিয়াললৈ সাহায্য ৰিপুন বৰাৰ
ETVBHARAT
2 months ago
3:01
অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ
ETVBHARAT
3 months ago
1:34
মৰিগাঁৱৰ জালুগুটি নৱোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, ৰাইজৰ ব্যপক সহাৰি
ETVBHARAT
5 months ago
3:46
শোণিতপুৰত ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ, কঠোৰ সুৰক্ষা ব্যৱস্থা
ETVBHARAT
5 months ago
2:57
मेरठ की रामलीला में दिखेगा परंपरा और तकनीक का संगम, 120 फीट का जलेगा रावण
ETVBHARAT
9 minutes ago
2:15
ମା’ ଶାରଳାଙ୍କ ପୀଠରେ ଆରମ୍ଭ ହୋଇଛି ଷୋଡ଼ଶ ଉପଚାର ପୂଜା
ETVBHARAT
21 minutes ago
1:13
सिरसा के कबड्डी खिलाड़ी राजेंद्र सिंह के गांव में 'गोल्डन' जीत का जश्न, कोच बोले- 'ओलंपिक में भी पदक की उम्मीद'
ETVBHARAT
26 minutes ago
1:17
देवरिया में RSS कार्यकर्ता का हत्यारोपी पुलिस मुठभेड़ में गिरफ्तार; बाएं पैर में लगी गोली
ETVBHARAT
37 minutes ago
1:21
UPPSC Exam 2026: स्वास्थ्य शिक्षा अधिकारी परीक्षा में डबल लेयर सिक्योरिटी, क्लैरिटी को लेकर सवाल बरकरार
ETVBHARAT
42 minutes ago
5:35
মৰিঢল মহাবিদ্যালয়ক স্বায়ত্তশাসিত মৰ্যাদা
ETVBHARAT
6 months ago
4:29
ডিষ্টিংশ্যনসহ উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা মৰিগাঁও চে'জ পাণিনি পাৱ্লিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ
ETVBHARAT
6 months ago
0:41
বিহুৰ আনন্দ-উল্লাসৰ মাজতে যোৰহাটত পথ দুৰ্ঘটনাত নিহত 2
ETVBHARAT
6 months ago
4:05
ভোটদান কৰি পাপনে ক'লে- এইবাৰ বিহুৰ অনুষ্ঠান নকৰো...
ETVBHARAT
6 months ago
1:50
নৱগঠিত ডিমৰীয়া সমষ্টিত উৎসাহ-উদ্দীপনাৰে প্ৰথমবাৰৰ বাবে ভোটদান সম্পন্ন
ETVBHARAT
6 months ago
1:28
ভোটাধিকাৰ সাব্যস্ত কৰিলে কণ্ঠশিল্পী তৰালী শৰ্মাই
ETVBHARAT
6 months ago
1:22
নিজৰ ভোটটো নিজকে দিয়াৰ সৌভাগ্য সকলোৰে নহয়: ভোটদান কৰি আনন্দিত পৰমানন্দ
ETVBHARAT
6 months ago
0:52
বানেকুছিৰ ভোটকেন্দ্ৰত সপৰিয়ালে ভোটদান চন্দ্ৰমোহন পাটোৱাৰীৰ
ETVBHARAT
6 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
6 months ago
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
6 months ago
2:33
দলে-বলে গৈ মনোনয়ন দাখিল নগাঁও বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ
ETVBHARAT
7 months ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
2 years ago
1:13
কাছাৰত বিজেপিৰ বিজয়ধ্বজা: আন এখন জিলা পৰিষদ দখল শাসকীয় দলৰ
ETVBHARAT
1 year ago
1:33
ব্ৰহ্মপুত্ৰত দলঙৰ খুঁটাত খুন্দা মাৰিলে ইন্দ্ৰই
ETVBHARAT
1 year ago
3:12
পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বুথ পৰ্যায়ত লোৱা হ'ব; মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
ETVBHARAT
2 years ago