Skip to playerSkip to main content
  • 1 week ago
মৰিগাঁও : শনিবাৰে মৰিগাঁৱৰ জালুগুটি নবোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সংস্কৃতিক অনুষ্ঠানটোত বিদ্যালখনৰ শিক্ষক-শিক্ষাৰ্থী, অভিভাৱক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । পুৱাই বিদ্যালয়খনৰ অধ্যক্ষ অপূৰ্বজ্যোতি দাসৰ পতাকা উত্তোলনেৰে সংস্কৃতিক কাৰ্যসূচী আৰম্ভ হয় ৷ পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে, ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে কলা-সংস্কৃতিৰ চৰ্চাৰ জৰিয়তেও নিজৰ ব্যক্তিত্ব বিকাশ কৰিব লাগিব ৷বিদ্যালয়খনৰ কণ কণ ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি উচ্চ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য আদি পৰিৱেশন কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা মঞ্চস্থ কৰা হয় এখন বিশেষ নাটক । অসমৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু কৃতিত্বৰ ওপৰত আধাৰিত এখন নাট পৰিৱেশন কৰে ছাত্ৰ-ছাত্ৰীসকলে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷লগতে পঢ়ক: গুৱাহাটীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

Category

🗞
News
Transcript
00:00I was wondering at the time that I have seen the people who have had 15 or less than 25
00:07years ago.
00:11I was a bit surprised to see that the community has been on the road and rising in the winter.
00:20I am very happy to see that the community has been on the road and on the road.
00:21I feel like this is the issue of the pandemic and this is the issue of the pandemic.
00:29We also have a lot of questions about the fact that our country is really important.
00:34And we also have a lot of questions about the situation.
00:36I am not sure how to get back.
00:41We have already had a lot of questions.
00:46I have a lot of questions.
00:47I have a lot of questions and I have a lot of questions.
00:53I have one question.
01:00Thank you very much.
01:03This is our Dhyrna Dhyrna organization.
01:06My organization is a 50-year-old.
01:12My team is a 3-year-old.
01:15My team is a 3-year-old.
01:17The Dhyrna Dhyrna community is a well-known.
01:22We have been a very good name for a single day.
01:29and we start to go by go all time
01:31and we can get what we can do
Comments

Recommended