Skip to playerSkip to main content
  • 1 day ago
নগাঁও: নগাঁও বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই দখিল কৰিলে মনোনয়ন । শুকুৰবাৰে ৬০ নং নগাঁও বটদ্ৰৱা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত তৃতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰতিকূল বতৰকো নেওচি নিজা বাসগৃহৰ পৰা সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকৰ সমাবেশেৰে দলে-বলে নাচি বাগি শোভাযাত্ৰাৰে মনোনয়ন দাখিল কৰি জয়লাভ কৰিব বুলি দাবী কৰে বিধায়কগৰাকীয়ে ।এই সন্দৰ্ভত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কয়, "আমাৰ ওপৰত ৰাইজৰ মৰম আশীৰ্বাদ আছে । ৰাইজৰ যি মৰম আশীৰ্বাদ দেখা পাইছো যোৱা ১০টা বছৰ আমি ৰাইজৰ মাজত যি কৰিছো তাৰবাবে আমাক আঁকোৱালি লৈছে ।"লগতে পঢ়ক:হাজাৰ হাজাৰ সমৰ্থকে আদৰিলে ৰঙানদীৰ বিজেপি প্ৰাৰ্থী ঋষিৰাজককংগ্ৰেছৰ মিত্ৰতা ভেজাল : মনোনয়ন দাখিলৰ পূৰ্বে বিৰোধীক আক্ৰমণ অশোক সিংহলৰ

Category

🗞
News
Transcript
00:00I don't know, I don't know.
00:31I don't know.
01:13I don't know.
01:42I don't know.
01:56I don't know.
02:26I don't know.
02:27I don't know.
02:29I don't know.
02:30I don't know.
02:32I don't know.
02:33I don't know.
02:33I don't know.
02:33I don't know.

Recommended