Skip to playerSkip to main content
  • 4 weeks ago
যোৰহাট : পশ্চিম যোৰহাটৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা । AS03AC8866 নম্বৰৰ এখন মেক্সিম' বাহনত বলেৰ' পিক আপ বাহনে পাছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ সমীপৰ ৰেলিঙত খুন্দা মাৰে মেক্সিম' বাহনখনে । ঘটনাৰ ফলত থিতাতে নিহত হয় মেক্সিম'খনৰ চালক ধন দাস । আনহাতে এই দুৰ্ঘটনাত আহত হয় আন চাৰি যাত্ৰী ।এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত চাৰিগৰাকী লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । ইফালে এই ঘটনা সংঘটিত কৰিয়েই বলেৰ' পিকআপ বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।আনহাতে বিহুৰ আনন্দ-উল্লাসৰ মাজতে তিতাবৰতো সংঘটিত হয় আন এক শোকাৱহ ঘটনা । তিতাবৰৰ বান্দৰচলীয়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা । বান্দৰচলীয়াৰ পৰা তিতাবৰ দিশে আহি থকা এখন বাইকৰ তেল শেষ হোৱাত আৰোহীগৰাকী বাইকখন ৰখায় ৷ তেনেতে এখন বলেৰ বাহন খুন্দা মাৰে লোকজনক । ফলত ঘটনাস্থলীতে নিহত হয় বান্দৰচলীয়া বটিয়াজানৰ যতীন বৰপাত্ৰ গোহাঁই নামৰ ব্য়ক্তিজন ।ইতিধ্যেই দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ পিকআপসহ চালকক আটক কৰিছে তিতাবৰ আৰক্ষীয়ে ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন চৰাইদেউৰ বৰহাটৰ বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS23BC5827 আৰু বাইকখনৰ নম্বৰ AS03Q6351 ৷লগতে পঢ়ক : ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত উত্তেজনা : আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ

Category

🗞
News
Transcript
00:00I understand that when my family has been in trouble with that I want to call someone I want to
00:07call someone and I want to call someone.
00:10Where are you?
00:11Juno is the same issue.
00:13Bolloi?
00:14Bolloi is the same issue.
00:16How are you dealing with a single family?
00:17I really want to call people.
00:23I really want to call someone.
00:24Who does this?
00:25I like them.
00:26I was at home anymore.
00:28How is it?
00:29Do you speak a bit?
00:32I had one another.
00:34How are you?
00:35Do you speak a bit?
00:35I'm here.
00:36I came to talk to you.
00:37Do you speak a bit?
00:38Yes then.
Comments

Recommended