Skip to playerSkip to main content
  • 2 days ago
সোণাপুৰ: অসমত শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন । পুৱাৰে পৰা ভোটাৰৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে । পুৱা ৫ বজাৰ পৰাই ভোট কেন্দ্ৰসমূহৰ সন্মুখত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে । বিশেষকৈ ডিমৰীয়া হাইস্কুলৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ভিৰ আছিল লক্ষণীয় ।  যুৱ ভোটাৰৰ পৰা আৰম্ভ কৰি শতায়ু গৰকা বৃদ্ধলৈকে সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হয় । শাৰীৰিক অসুস্থতাকো নেওচি বহু লোকে ভোটদান কেন্দ্ৰলৈ অহা দৃশ্যই গণতন্ত্ৰৰ প্ৰতি ৰাইজৰ আস্থা প্ৰতিফলিত কৰিছে ।  এগৰাকী ভোটাৰে সংবাদ মাধ্যমৰ আগত কয়, "নতুন সমষ্টি লাভ কৰি আমাৰ উৎসাহ দুগুণ বৃদ্ধি পাইছে । আমি বিচাৰোঁ আমাৰ প্ৰাৰ্থীজনে ডিমৰীয়াৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰক ।" আনহাতে এজন অসুস্থ ভোটাৰে আক্ষেপ কৰি কয় যে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’লেও তেওঁ নাগৰিকৰ কৰ্তব্য পালন কৰিবলৈ আহিছে ।ডিমৰীয়া সমষ্টিৰ নিৰ্বাচনী প্ৰক্ৰিয়া নিৰীক্ষণ কৰিবলৈ উপস্থিত হয় এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দল । ইজিপ্ত, এংগোলা, বেনিন, ক্ৰৱেছিয়া, মেক্সিকো, পৰ্তুগাল আৰু শ্ৰীলংকাৰ পৰা অহা এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে ডিমৰীয়া হাইস্কুলৰ কেন্দ্ৰটো পৰিদৰ্শন কৰে । অসমৰ নিৰ্বাচনী ব্যৱস্থাপনা আৰু ভোটাৰৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ দেখি দলটোৱে সন্তোষ প্ৰকাশ কৰে ।ইফালে পুৱাতেই ডিমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱাই পৰিয়ালসহ ক্ষেত্ৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে । তেওঁ ৰাইজৰ সঁহাৰি দেখি নিৰ্বাচনত এক সুন্দৰ ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।লগতে পঢ়ক: বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই - ASSAM ASSEMBLY ELECTION 2026নিজৰ ভোটটো নিজকে দিয়াৰ সৌভাগ্য সকলোৰে নহয়: পৰমানন্দৰ আনন্দ - ASSAM ASSEMBLY ELECTION 2026

Category

🗞
News
Transcript
00:00We will have Kohli on the hands of in command,
00:03so when we get the need to roll in a little bit,
00:08we will have the hand Capitol to send closer toípates torets.
00:11We are much darker than that.
00:13if some people want to know that they can feel as they can feel as they can feel the same
00:18as they can feel well
00:19we will have to feel as they can feel as they can feel it
00:43I have been there complaining and I am not sure about the population.
00:48I have been there and after 2-5 years I have been there.
00:54I have been there and I am here.
00:57I have been there and I have been here.
01:04I am there.
01:05Hi, what are you doing?
01:08I'm doing a lot of work, and I have a conversation,
01:12I have a conversation with you.
01:14I feel like myself, I was doing a lot of work,
01:17and I'm going to help him get sick.
01:20I'm going to get sick, and I'm going to get sick.
01:23I'm going to get sick.
01:25I'm going to get sick.
01:40Thank you very much.
Comments

Recommended