Skip to playerSkip to main content
  • 5 days ago
গুৱাহাটী: কণ্ঠশিল্পী তৰালী শৰ্মায়ো সাব্যস্ত কৰিলে ভোটাধিকাৰ । নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ এআইডিচি কাৰ্যালয়ত ভোটদান কৰে কণ্ঠশিল্পীগৰাকীয়ে । নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি সুখী বুলি ব্যক্ত কৰে শৰ্মাই । লগতে বৰ্তমানৰ নিৰ্বাচনী প্ৰেক্ষাপট চিন্তনীয় বুলি তেওঁ মত প্ৰকাশ কৰে ।  এইবাৰৰ নিৰ্বাচনী পৰিৱেশটোৰ সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে  কয়,"চিন্তাশীল বুলি ভাবো, বিশেষকৈ আমি যিধৰণৰ কথাবোৰ শুনি থাকোঁ, সাধাৰণ মানুহ হিচাপে বহু কথা বুজি পাওঁ আৰু বহু কথা বুজিও নাপাওঁ । কিন্তু কথাবোৰে কষ্ট দিয়ে । যিহেতু প্ৰতিজন মানুহৰ নিজৰ দেশ-জাতিক লৈ সচেতন গতিকে অকণমান চিন্তিত হ'বই ।  বিহুৰ প্ৰস্তুতিৰ সন্দৰ্ভত কয়,"বিহুৰ আখৰা কৰি আছোঁ । কেইবাবছৰৰ পৰা মই বহুত বেছি বিহুৰ অনুষ্ঠান কৰা নাই, এইবাৰো কেইখনমান কৰিম ভালকৈ ।"জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ প্ৰসংগত কয়,"মই ভাবো জুবিন গাৰ্গ এটা বহুত বেছি বৃহৎ আৰু পৃথক বিষয় । তেওঁৰ সত্বা বহুত বেছি গভীৰ আৰু ইমান ডাঙৰ আমি আচলতে তেখেতক একেবাৰে একাষৰীয়া কৰি থৈ দিব লাগে বুলি মই ভাবোঁ । এনেই হকে বিহকে তেওঁৰ নামটো আনিব নালাগে ।"লগতে তেওঁ কয়,"তেতিয়া সেই সত্বাৰ প্ৰতি অসন্মান কৰা যেন মোৰ অনুভৱ হয় । আজি অসমৰ মানুহে তেওঁ যে  নাই মানি ল'ব পৰা নাই । তেওঁৰ নামটো ওলালে দুখ এটা লাগি যায় । মই ভাবোঁ সেই বিষয়টো নিজৰ ধৰণে বিশেষ, গতিকে সেই ধৰণে চাব লাগে ।"লগতে পঢ়ক: ভোটদান কৰি পাপনে ক'লে- এইবাৰ বিহুৰ অনুষ্ঠান নকৰো... - ASSAM ASSEMBLY ELECTION 2026বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই - ASSAM ASSEMBLY ELECTION 2026

Category

🗞
News
Transcript
00:00I am giving you a lot of your friends in the city.
00:02I am so excited and I have to talk to you about your family.
00:08My family also has to be unable to find friends.
00:13But I am so excited to be in the family.
00:16I am so excited to be here because my family and I have to like experience.
00:25I have been doing this, and I have been doing a lot.
00:31I have been doing that a lot.
00:34I have been doing that for a long time.
00:37I am very grateful that in the past,
00:40it is a great pleasure of being here.
00:43It is a great pleasure of being here for us,
00:47but I am very grateful for the people that are in the past.
00:57There was no such thing, the fact that there was no such thing for me, it was a very good
01:02thing.
01:04Now, what do I say?
01:06I said, it's not as good as people are, it's not as good as people are, people are, it's not.
01:14And the fact that I was a lot more, I didn't think that people didn't like the name.
01:19I will tell you that I will not be afraid to be afraid to be afraid to be afraid to
01:26be afraid to be afraid.
Comments

Recommended