Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
কোজাগৰী লক্ষ্মী পূজা : মাজুলীৰ ভিন্ন প্ৰান্তত ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধনা
10 hours ago
মাজুলী : দেওবাৰে পবিত্ৰ লক্ষ্মী পূৰ্ণিমা উপলক্ষে ধন, ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ । বাদ পৰি ৰোৱা নাই সত্ৰ নগৰী মাজুলীও ৷ মাজুলীৰ বিভিন্ন স্থানত উলহ-মালহেৰে লক্ষ্মী পূজা পালন কৰা হৈছে । মাজুলীৰ বিভিন্ন অঞ্চলৰ লগতে বনগাঁও চাৰিআলিৰ ব্যৱসায়ী সন্থাই বিগত বছৰবোৰৰ দৰে এইবাৰো বনগাঁও চাৰিআলিত উলহ-মালহেৰে লক্ষ্মী পূজা উদযাপন কৰিছে ।দিনজোৰা কাৰ্যসূচী অনুসৰি দিনৰ ভাগত নাম-প্ৰসংগৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ বিপৰীতে নিশালৈ দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ কণ কণ শিশু শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন হ'ব । এই কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনায় ।উল্লেখ্য যে, শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ দিনাৰ পৰাই মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবন লৈ অৰ্থাৎ লক্ষ্মী পূৰ্ণিমাৰ দিনটোৰ পৰাই মাজুলীত আৰম্ভ হয় শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা । দেওবাৰৰ পৰা এমাহ জোৰা আখৰাৰ অন্তত ৰাস পূৰ্ণিমাত মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ অনুষ্ঠিত হয় ।লগতে পঢ়ক : কোজাগৰী লক্ষ্মী পূজা ২০২৬ : মা লক্ষ্মীৰ কৃপা লাভৰ ধৰ্মীয়, আধ্যাত্মিক আৰু সামাজিক তাৎপৰ্য...লগতে পঢ়ক : লক্ষ্মী দেৱীৰ পূজা : গুৱাহাটীৰ ভিন্ন বজাৰত পূজাৰ সামগ্ৰী ক্ৰয়ৰ বাবে ক্ৰেতাৰ ভিৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
foreign
00:19
foreign
00:31
Thank you very much.
01:00
Thank you very much.
Show less
Recommended
1:13
|
Up next
পাণ্ডুঘাটত দুদিনত ১১২ খন দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন
ETVBHARAT
2 days ago
1:23
পৰম্পৰাগত ৰীতি-নীতিৰে গোলাঘাটৰ বামুণগাঁৱতো কাতি বিহু পালন
ETVBHARAT
1 week ago
4:30
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
2 months ago
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
2 months ago
1:35
টিংখাঙৰ বেতনি গাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ETVBHARAT
2 months ago
4:31
कैसे पुनर्जीवित हुई हेवल नदी? क्या है इसके पीछे की बैकस्टोरी, सिलसिलेवार जानिए
ETVBHARAT
3 hours ago
7:00
કોંગ્રેસના 'વોટ ચોરી' સામે ભાજપનું 'લોકતંત્ર બચાવો' અભિયાન, સુરતની પદયાત્રામાં કોંગ્રેસ પર આકરા પ્રહાર
ETVBHARAT
3 hours ago
2:14
कुरुक्षेत्र में गेस्ट टीचर्स का जोरदार प्रदर्शन, नेशनल हाईवे 44 पर लगाया जाम, सिरसा से हुई थी "न्याय यात्रा" की शुरुआत
ETVBHARAT
3 hours ago
1:14
చిల్లర కోసం గొడవ - మహిళా కండక్టర్ను బస్సులోంటి తోసేసిన ప్రయాణికురాలు
ETVBHARAT
3 hours ago
3:39
करनाल में साइबर ठगी के मामले में दो आरोपी यूपी से गिरफ्तार, पाकिस्तान तक जुड़े तार
ETVBHARAT
4 hours ago
1:06
পেঞ্চনৰ ধনেৰে নাজিৰাৰ ১০০টা পৰিয়াললৈ সাহায্য ৰিপুন বৰাৰ
ETVBHARAT
3 months ago
2:00
জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মেধাৱী শিক্ষাৰ্থীক অভিনন্দন
ETVBHARAT
3 months ago
2:11
লাহৰীঘাটত আটক ড্ৰাগছসহ সৰবৰাহকাৰী
ETVBHARAT
3 months ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
3 months ago
1:18
অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু মাজুলীৰ যুৱকৰ
ETVBHARAT
3 months ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
3 months ago
2:11
মৰিগাঁৱত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সন্মান সমাৰোহ: ৬ আগষ্টৰ পৰা দেশজুৰি নিচামুক্ত অভিযান
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
4 months ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
4 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
4 months ago
5:03
আইন অনুসৰি উচ্ছেদ অভিযান অব্যাহত থাকিব: ৰণজিৎ কুমাৰ দাস
ETVBHARAT
4 months ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
4 months ago
1:34
মৰিগাঁৱৰ জালুগুটি নৱোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, ৰাইজৰ ব্যপক সহাৰি
ETVBHARAT
5 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
6 months ago
4:28
নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ
ETVBHARAT
6 months ago