Skip to playerSkip to main content
  • 1 minute ago
মঙলদৈ : "নিজৰ ভোটটি দি মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ । কিয়নো মই নিজৰ ভোটটো মই নিজক দিলোঁ । সেইটোৱে মোৰ কাৰণে আটাইতকৈ পৰম প্ৰাপ্তি । এইটো সৌভাগ্য সকলোৰে বাবে নাহে । মই যে পাইছোঁ সেয়াই মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা ।" নিজৰ ভোটটো নিজকে প্ৰদান কৰি এনেদৰে আনন্দ প্ৰকাশ কৰে ছিপাঝাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে ।বিজেপিৰ ছিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে ভোটদান কৰি প্ৰথম প্ৰতিক্ৰিয়া হিচাপে কয়, "ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে এখন সৰ্বোচ্চ আৰু শক্তিশালী দেশ । গণতন্ত্ৰৰ উৎকৃষ্ট নিদৰ্শন হৈছে ভাৰতবৰ্ষৰ এই নিৰ্বাচনটো । ভাৰতবৰ্ষৰ নিৰ্বাচন মানেই এটা উৎসৱমুখৰ পৰিৱেশ । আজি বতৰ বেয়া হ'লেও মানুহে ওলাই আহিছে, উৎসৱটি উদযাপন কৰিছে । এই উৎসৱৰ শেষ হ'ব অহা ৪ তাৰিখে ।"তেওঁ লগতে কয়, "ৰাইজে বুজি পাইছে যে আমাৰ এটা ভোটে দেশখনক সাৰ্বভৌমত্বই হওক, জাতীয় সত্তাই হওক, ভাল হ'ব আৰু যদি ভোটদান কমে দেশ নিঃশেষ হৈ যাব পাৰে । আৰু আমাৰ অসমীয়া জাতীয় সত্তাও নিঃশেষ হৈ যাব ।"উল্লেখ্য যে ছিপাঝাৰ বিধানসভা সমষ্টিত মুঠ ২১৯ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ চলি আছে । ছিপাঝাৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,০৩,০৯৩ গৰাকী । ইয়াৰে ভিতৰত ১,০৩,৫১০ জন পুৰুষ, ৯৯,৫৭৯ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ।লগতে পঢ়ক :প্ৰিয়তম অবিহনে ভোট দিলে গৰিমা শইকীয়া গাৰ্গে - ASSAM ASSEMBLY ELECTION 2026

Category

🗞
News
Transcript
00:00I talked about the financial problems.
00:04And in the older generation, the human rights are changed.
00:11This is a part of the human rights movement of the human rights movement.
00:13So for the human rights movement, there is now a person who is still a self-subscribe.
00:19હીતરાં દીદરાકૂ હીણં ભીતરા હીતાં પીતોં વીતોં ગ્વએ઴શ્સલાલેતરામત હરીતોલે હીતોતો
00:40But we cannot see that we are living in a society.
00:44Even in our society, we are living in an own nation.
00:49As we are living in a life of God, we are living in a habit of His generation.
00:55It is living in our lives of religious generations and people who are living in a life of God.
01:03Our society is living in our lives of slavery.
01:07Their lives are living in our life of God.
01:12foreign
Comments

Recommended