Skip to playerSkip to main content
  • 12 hours ago
চামগুৰি: নগাঁও জিলাৰ বালিজুৰি চাহ বাগিচাত বন্যহস্তীৰ মুক্ত বিচৰণ ৷ খাদ্যৰ সন্ধানত পাহাৰীয়া অঞ্চলৰ পৰা চাহ বাগান আৰু দাঁতিকাষৰীয়া অঞ্চলত বৃহৎ হাতীৰ জাকটোৱে বিচৰণ কৰাত আতংকিত হৈ পৰিছে ৰাইজ ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি, বৰ্তমানে বালিজুৰি চাহ বাগানৰ বিভিন্ন অংশত প্ৰায় ২০-৩০টা বন্যহস্তীৰ এটা জাক মুক্ত বিচৰণ কৰি আছে । দিনৰ ভাগত পাহাৰীয়া অঞ্চলত আশ্ৰয় লোৱা হাতীৰ জাকটোৱে ৰাতি হ'লে চাহ বাগান নষ্ট কৰে । ফলত চাহ বাগানৰ কাম কৰা শ্ৰমিক আৰু দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত আতংকই বিৰাজ কৰিছে ।স্থানীয় লোকে কয়, "ৰাতিৰ সময়ত হাতীয়ে ঘৰৰ কাষত বিচৰণ কৰি থকাত শিশু আৰু মহিলাসকলক ঘৰৰ বাহিৰলৈ ওলাই অহাটোৱে বিপজ্জনক হৈ পৰিছে । অঞ্চলটোত মানুহ-হাতীৰ সংঘাত বহু দিনৰে পৰা এক সমস্যা হৈ পৰিছে । বন বিভাগে হাতীৰ জাকটোক পুনৰ পাহাৰলৈ খেদি পঠোৱাৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই ।"লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত নগাৰ তাণ্ডৱ, বন্ধ কৰিলে জব কাৰ্ডৰ কাম

Category

🗞
News
Transcript
00:00So I'm glad that I stayed here and came back.
00:06It was too hard to go through and work through all 60 and 70.
00:08I was learning to work in my military there.
00:16I was a part of this kind of Marine Corps of the United States and the police officers of the
00:21city.
00:21there a Ñő ��હંર નેમ આડો સહ્રદાએમ સહેઆ આમરદે અહૂર્ સતામ સહ હૂરણે સહૂરાકે આજ કામ સ્રણે સહ સેંને ચ
01:20It's been a long time for 3 days.
01:21We have to make sure that the water is very difficult.
01:25People are doing it very difficult.
01:28So, they are helping us.
01:31They are helping us.
01:32Why are you very busy?
01:33We are busy.
01:34We have to stay busy in our condition.
01:36We are busy.
01:37We are busy.
01:38We are busy in the department.
01:40But we don't have to stay busy today.
01:41Do you have to stay busy?
01:44We are busy.
01:44We are busy.
01:45We are busy.
01:47We are busy.
01:47We are busy.
01:48We are busy.
01:49We are busy.
01:53We are busy.
01:53We were busy.
Comments

Recommended