Skip to playerSkip to main content
  • 2 days ago
মাজুলী: উজনি মাজুলীত বন্যহস্তীৰ বৃহৎ জাকৰ বিচৰণ । দৰবা চাপৰি, কমলাবাৰী ঘাট হৈ দেউতি চাপৰি আৰু দক্ষিণপাট অঞ্চলত বিচৰণ কৰিছে প্ৰায় ২০০ টা বন্যহস্তীৰ এটা জাকে । বৰ্তমান নিৰ্মীয়মান যোৰহাট-মাজুলী সংযোগী দলংখনৰ সমীপত আশ্ৰয় গ্ৰহণ কৰিছে হাতীৰ এই বিশাল জাকটোৱে । যোৱানিশা হাতীৰ জাকটো তিনিভাগত বিভক্ত হৈ মথাউৰি এলেকা আৰু সমীপৰ গাঁৱত প্ৰৱেশ কৰাত হুৱাদুৱা লাগে ।  নিশাৰে পৰা স্থানীয় ৰাইজ আৰু বন বিভাগে একত্ৰিত হৈ পুৱা প্ৰায় ৪:৩০ বজালৈকে অভিযান চলাই হাতীৰ জাকটোক জনাঞ্চলৰ পৰা খেদিবলৈ সক্ষম হয় । আজি পুনৰ দলংখনৰ সমীপত জাকটো একত্ৰিত হৈছে যদিও হাতীৰ জাকটোৱে যাতে জনাঞ্চলত সোমাই ক্ষতিসাধন কৰিব নোৱাৰে তাৰ বাবে বন বিভাগে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । হাতীৰ জাকটোক কোনো ফটকা আৰু গুলী ফুটাই আতংকিত নকৰি শান্তিপূৰ্ণভাৱে ওভতাই পঠিওৱাৰ বাবে বন বিভাগে চেষ্টা চলায়, যাতে আতংকিত হৈ হাতীয়ে জনাঞ্চলত অনিষ্ট কৰিব নোৱাৰে ৷লগতে পঢ়ক: হাতীৰ কাৰণে পতা মৰণফান্দত লাগি দুই শিশুৰ মৃত্যু

Category

🗞
News
Transcript
00:03
00:04
00:04
00:04Thank you very much for joining us, and we will be here for the first department.
00:08We will be here for the first department, and we will be here for the first department.
00:34.
00:34.
00:34.
00:34.
00:34.
00:34.
00:34.
00:36.
00:36It is such a big deal, and they are living in the family, and we are living in the family.
00:45We are living in the family, and we are living in the family, children, and children.
00:52I have lived in the family, and I was living in the family.
01:04We've tried to have the issue with the needs of the people who used to say to them.
01:11As for today is the problem we found a good deal with the people who used to have money.
01:20And we did it on the streets too.
01:24We couldn't trust people in the streets, we had a well-being as many and vegetates.
01:35I have been waiting for the first time.
01:37I have been waiting for a while.
01:39I'm going to ask you a question.
01:40I'm going to ask you a question.
01:42I'm going to ask you a question.
Comments

Recommended