• 9 minutes ago
চতিয়া: অহা ৩০ নৱেম্বৰত অনুষ্ঠিতব্য মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । আন সমষ্টিৰ লগতে শোণিতপুৰ জিলাৰ অন্তৰ্গত ২৬নং বুৰুলী সমষ্টিত প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । ইতিমধ্যে এই সমষ্টিটোত মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্যৰ নিৰ্বাচনত চাৰিগৰাকী প্ৰাৰ্থী পদেশ্বৰ মিলি, দীনেশ মিলি, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি অজিত পায়েং আৰু নৰেন নৰহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।এইবাৰ নিৰ্বাচনত দলীয় প্ৰতীক চিহ্ন অবিহনে প্ৰাৰ্থীসকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নিজৰ পক্ষত ভোটধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰচাৰ চলাইছে । উল্লেখ্য যে প্ৰায় ৭৫০০ মিচিং জনগোষ্ঠীৰ ভোটাৰ থকা এই সমষ্টিত মুঠ ১৮টা কেন্দ্ৰত ভোটাৰসকলে ভোটদান কৰিব ।লগতে পঢ়ক:মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : ৰিপুণ বৰাৰ মন্তব্যই বিপদত পেলাইছে কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীকসোণোৱাল কছাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ২৯১ গৰাকী প্ৰাৰ্থীয়ে
 

Category

🗞
News
Transcript
00:00I
00:47It's म은ोवलाशान है
00:50ढहिको जोड़ा Miche Semちゃ infancy
00:54के लिए ढहिसलें
00:57मार्शाशान graduates
00:58säger
00:59I've got to work with my parents, my parents, and my family.
01:05So I've got to work with them.
01:10I'll tell you, it's so good.
01:14I'll tell you, I'll see my friends.
01:21I was very happy to have a job.
01:26I was in 2008, I was missing out.
01:32I was in LP school.
01:35I was very happy to have a job.
01:38I was very happy to have a job.
01:40I was very happy to have a job.
01:45I was so happy to have a job.
01:48I was in TMP, the mayor.
01:51I was very happy to have a job.
01:59I was very happy to have a job.
02:03There were 06,000 people.
02:05I am very happy to have the work.
02:08I was very happy to have the job.
02:10I was the leader of the government.
02:14I was working on TMP for 20 years and I was working on TMP.
02:19I was working on TMP.
02:20It's hard to do, so I was working on TMP.
02:28I was working on TMP.
02:31Professor Amor, Dr. Khamazit Khamakas, Amor, Zotestak, Nehudikota, Seh.

Recommended