Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈয়ে বৰপেটা সত্ৰৰ আশীষ ল’লে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে
7 weeks ago
বৰপেটা: বৰপেটাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে মঙলবাৰে প্ৰথমবাৰৰ বাবে জিলাখনত উপস্থিত হৈ বৰপেটা সত্ৰ দৰ্শন কৰে ৷ তেওঁ গুৰু দুজনাৰ পবিত্ৰ স্থান বৰপেটা সত্ৰত সেৱা আগবঢ়াই ৰাইজৰ মংগল কামনা কৰাৰ লগতে বৰপেটা জিলাৰ অভাৱ অভিযোগ নিৰ্মূল কৰিবলৈ কাম কৰি যোৱাৰ আশ্বাস দিয়ে ।তেওঁ বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই বৰপেটা সমষ্টিৰ অগপৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে একেলগে বৰপেটাৰ সমস্যা সমাধানৰ হকে কাম কৰিবলৈ আগবাঢ়িব বুলি মন্তব্য কৰে । তেওঁ লগতে গুৰুজনাক সেৱা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি সুযোগ দিছে সেয়া তেওঁ নিশ্চিতভাৱে পালন কৰিব বুলি উল্লেখ কৰি বৈদিক যুগৰ পৰা মধুপুৰ বৰপেটাৰ যি সমন্বয় আছে সেই সমন্বয় পুনৰ মজবুত হ'ব বুলি কয় ।বৰপেটা জিলাৰ বান-খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান কৰিবলৈ তেওঁ চেষ্টা কৰাৰ লগতে উন্নয়নমূলক কামো তেওঁ হাতত ল'ব বুলি ৰাইজক আশ্বাস দিয়ে ৷ নামনি অসমৰ অতি পুৰণি বৰপেটা নগৰখন অসমৰ ভিতৰত এখন উল্লেখযোগ্য নগৰ হিচাপে গঢ়ি তোলাৰ কথাও তেওঁ ব্যক্ত কৰে ৷ মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক দীপক কুমাৰ দাসে ৷লগতে পঢ়ক : অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া
Category
🗞
News
Transcript
Display full video transcript
00:00
foreign
00:01
foreign
00:01
foreign
00:02
foreign
00:54
Thank you very much.
01:23
Thank you very much.
01:59
Thank you very much.
02:09
Thank you very much.
02:53
Thank you very much.
03:00
Thank you very much.
Show less
Comments
Add your comment
Recommended
2:13
|
Up next
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
3 weeks ago
1:58
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ETVBHARAT
4 weeks ago
4:44
অগপৰ কাৰ্যালয়ত ওলমিল প্ৰকাণ্ড তলা, বাহিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ
ETVBHARAT
5 weeks ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
5 weeks ago
2:02
কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী
ETVBHARAT
7 weeks ago
2:56
মাহমৰাত বলীয়া বানে ১৫ জনৰ প্ৰাণ কাঢ়িলে; সমষ্টিবাসীক সম্পূৰ্ণ সহায়ৰ আশ্বাস বিধায়কৰ
ETVBHARAT
13 minutes ago
3:40
ನೀಟ್ ಮರುಪರೀಕ್ಷೆಯಲ್ಲಿ ಹಾವೇರಿ ವಿದ್ಯಾರ್ಥಿನಿಗೆ ಅನ್ಯಾಯ ಆರೋಪ
ETVBHARAT
13 minutes ago
0:38
ಬಾಗಲಕೋಟೆ: ನಿಲ್ಲಿಸಿದ್ದ ಕಾರು ಸ್ಫೋಟಗೊಂಡು ಛಿದ್ರ; ಸಿಡಿದು ಬಿದ್ದ ಬಿಡಿಭಾಗಗಳು
ETVBHARAT
16 minutes ago
1:35
एसडीएम ने लिया श्रावणी मेले की तैयारियों का जायजा, अतिक्रमण और अशुद्ध खाद्य सामग्री ना बेचने की दुकानदारों से अपील
ETVBHARAT
21 minutes ago
1:15
मध्य प्रदेश के कर्मचारियों के लिए बड़ी खुशखबरी, मोहन यादव सरकार देने जा रही DA
ETVBHARAT
22 minutes ago
2:33
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক্সন মুডত অসম আৰক্ষী
ETVBHARAT
7 weeks ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
4:58
পাঁচ সহস্ৰাধিক ঢুলীয়া-নাচনীৰ বিহু নৃত্য প্ৰদৰ্শন
ETVBHARAT
3 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
3 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
3 months ago
2:19
২.৩ কোটি মূল্যৰ হেৰ’ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
ETVBHARAT
3 months ago
2:30
উখল-মাখল পৰিৱেশেৰে আৰম্ভ ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন
ETVBHARAT
3 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
3 months ago
3:43
জীৱিত শিশুক মৃত ঘোষণা কৰাক কেন্দ্ৰ কৰি কলিয়াবৰত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
3 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
3 months ago
3:08
শিলচৰত হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'ত; লক্ষাধিক জনতাৰ মাজতো মুখ্যমন্ত্ৰীয়ে উঠিলে চেল্ফী
ETVBHARAT
4 months ago
2:21
মাজুলী কংগ্ৰেছৰ ৰেলীত বঙলমৰাৰ পৰা আনিছে মিঞা : ভূৱন গাম
ETVBHARAT
4 months ago
6:07
বিধ্বস্ত যাতায়াত ব্যৱস্থাই যমৰ যাতনা ভোগাইছে জোনাইবাসীক
ETVBHARAT
4 months ago
3:23
অসমৰ খিলঞ্জীয়াক আগ্ৰাসনৰ পৰা সুৰক্ষা, সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
4 months ago
1:50
কাৰাঞ্জা জেটীৰ পৰা মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি অভিলেখ অসম কন্যাৰ
ETVBHARAT
6 months ago
Comments