Skip to playerSkip to main content
  • 3 months ago
সৰুপথাৰ : সৰুপথাৰ সমজিলাৰ সৰুপথাৰ নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক হত্যাকাণ্ড । হোটেল মনালিছাত সংঘটিত হৈছে এই হত্যাকাণ্ড । সুৰামত্ত ৪ কৰ্মচাৰীৰ মাজত হোৱা কাজিয়াত হোটেলখনত নতুনকৈ কৰ্মত নিয়োগ হোৱা অজয় মোদী (২০) নামৰ কৰ্মচাৰীজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । নিহত অজয়ৰ ঘৰ চুঙাজানত বুলি জানিব পৰা গৈছে ।হোটেলখনৰ পৰঠা বনোৱা কাৰিকৰজনে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । হত্যাকাণ্ড সংঘটিত কৰিয়ে অভিযুক্ত বিপুল শৰ্মা (৩৪) নামৰ লোকজনে পলায়ন কৰে । আনহাতে, সোধা-পোছাৰ বাবে অলিল কাৱাৰ (১৮), প্ৰদীপ কৰ্মকাৰক (৪৫) আটক কৰে সৰুপথাৰ আৰক্ষীৰ । ঘটনাস্থলীত উপস্থিত হয় সৰুপথাৰ সমজিলা আৰক্ষী বিষয়া । ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।হোটলখনত কৰ্মৰত এগৰাকী মহিলাৰ স্বামীয়ে কয়, "ল'ৰাজন হোটেলত কাম কৰিবলৈ অহা বেছি দিন হোৱা নাই, ৩ তাৰিখে এমাহ হ'বহে । ৰাতি ধৰি মাৰি পেলালে । পৰঠা বনোৱা কাৰিকৰে ধৰি মাৰি পলাই গ'ল । পৰঠা বনোৱা লোকজনো বেছি দিন হোৱা নাই, নতুনকৈয়ে অহা । আগতে পৰঠা বনোৱা কাৰিকৰ বেলেগ আছিল । এতিয়াৰজন নতুন । মই আহি থাকোঁ হোটেলখনলৈ মাজে-সময়ে । হত্যাৰ বলি হোৱা ল'ৰাজনো হোটেললৈ অহা বেছি দিন হোৱা নাই । দৰমহা পাতি লৈছেনে নাই নাজানো । মোবাইল কিনিম বুলি কৈ আছিল ল'ৰাজনে । মই খবৰ ল'বলৈ আহিলোঁ । কিয়নো মোৰ পৰিবাৰে ইয়াতে কাম কৰে । নিশা ইয়াত ৪ জন লোক থাকে । মোৰ পৰিবাৰে ইয়াত কাম কৰে, সেইকাৰণে ক'লে যে এবাৰ চাই আহক ।"লগতে পঢ়ক: কিবা এটা উপায় দিয়ক...নহ'লে ইয়াতে গুলীয়াই মাৰক : উচ্ছেদিত - URIAMGHAT EVICTIONবুলড'জাৰৰ লক্ষ্য বেদখলকাৰীৰ বাসস্থান, সা-সম্পত্তি, উৰিয়ামঘাট উচ্ছেদৰ চতুৰ্থ দিনৰ কিছু ছবি - URIAMGHAT EVICTION

Category

🗞
News
Transcript
00:00I don't want to sit here, I'm going to put it in my face.
00:05I'm going to have a drink of wine.
00:11Your name?
00:14It's all over the whole world.
00:17I've never seen it in my face.
00:24Where is it going?
00:26I'm not going to try things, I'm not going to try things, I'm going to try things.
00:31Oh, I want a lot of things.
00:34I try money and we just don't get enough money.
00:39What was the money?
00:41They put money and everything.
00:44That's it.
00:46What?
00:47ani.
00:48All right, I would like to buy things and get them нал.
00:53Because I had some banks here, they had been on the cell phone, they said
01:03That's why I didn't know, I still didn't know the call to my mouth and I didn't know
01:11that, I still haven't seen the call, I started with a man, they don't know
01:18What happened to Raqi?
01:20How did Raqi come from?
01:242-3.
01:26They came from the whole family.
01:30We were able to work with the Raqi.
01:33What happened to Raqi?
01:35I didn't.
01:36I was in the family.
01:38I was in the family.
01:40I was in the family.
01:42I was in the family.
01:44I was in the family.
01:46No, no, no, no, no, no, no, no, no.
02:16I say, I want to get rid of the smoke disaster!
02:21I was like, that's what happened!
02:25I felt like a fire was frozen.
02:40One a fire will come and one fire is run.
02:45How did you say that?
02:58How did you say that?
03:12Who is that?
03:14Who is that?
03:16What is your name?
03:18You are the name of your son.
03:20They are the name of your son.
03:22No, he doesn't want his son his son.
03:24But he knows his son and his son goes to the house.
03:26While he is a father, his son will not happen.
03:28He will be dead.
03:30You will be dead.
03:32Why do you see him?
03:34This is a plant that will be taken.
Be the first to comment
Add your comment

Recommended