• 6 minutes ago
জোনাই : ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ ৷ মিচিং অধ্যুষিত ৪০টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টিয়ে সমষ্টিয়ে তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ । জোনাই সম-জিলাৰ অন্তৰ্গত ১নং জোনাই পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য নৰেশ কুম্বাং ।আনহাতে ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে জোনটি ৰাইদঙীয়াই ৷ যাৰ বাবে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ প্ৰাৰ্থী জোনটি ৰাইদঙীয়াই সমৰ্থকসকলক লগত লৈ গাঁৱে-ভূঞে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু আশীৰ্বাদ লাভ কৰি তেওঁ বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি তেওঁ আশাবাদী ।ইফালে জাতীয় সংগঠনৰ সমৰ্থিত ৬ নং লালী-তেলাম-টাক পৰিষদীয় সমষ্টিত প্ৰাৰ্থী মূলাকান্ত পেগুৰ পৰিষদীয় অঞ্চলৰ ধাননি পথাৰে পথাৰে সদল-বলে নিৰ্বাচনী প্ৰচাৰ চলাছে ৷ তেওঁ সংবাদ মাধ্যমৰ আগত তেওঁৰ ১০০ শতাংশ জয় নিশ্চিত বুলি মন্তব্য কৰে ৷লগতে পঢ়ক:মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : ৰিপুণ বৰাৰ মন্তব্যই বিপদত পেলাইছে কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীক

Category

🗞
News
Transcript
00:00Jonathan, I understand that you will be aware that this fall of the missing site.
00:04The contact information has been sent for the missing site, and I have had a countdown.
00:08My campaign called me to go to the prime minister, and I became current.
00:12My friends are current, and I went to the prime minister to the center of the vice minister,
00:16and I was the beginning of the amazing people.
00:20My friends come from the same time, and I ask that what you think of missing site.
00:25But the missing site is that your work is not very well in the current structure.
00:29I'm going to talk to you soon.
00:39But I'll come to you soon.
00:45I'll start to talk about the news.
00:48I'll talk to you soon.
00:52I will talk to you soon.
00:53I will talk to you soon.
00:54I'll talk to you soon.
00:55I'll talk to you soon.
01:01foreign
01:10foreign
01:28in a city so what are you going to learn to reoccur
01:53foreign
01:56foreign
01:57foreign
01:57foreign
01:57I'm just thinking, I'm just thinking he's missing from the right place to the right place.
02:02And then the right place to the right place is on between.
02:07And the right place is the right place to the right place.
02:20to know how to work on my hypothesis.
Comments

Recommended