Skip to playerSkip to main content
  • 4 days ago
বৰপেটা : বৰপেটাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কৰ্ণেল গুৰুপ্ৰসাদ দাস একাডেমীয়ে মঙলবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ।‌ ২০২৪ চনত স্থাপিত শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ প্ৰথমবাৰলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ কলা আৰু বিজ্ঞান শাখাৰ ১৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আটাইয়ে উৎকৃষ্ট ফলাফলেৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ।‌উত্তীৰ্ণসকলৰ ভিতৰৰ ১৭ গৰাকীয়ে ডিষ্টিংচন আৰু ৬১ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।‌ শিক্ষানুষ্ঠানখনৰ পৰা বিজ্ঞান শাখাত ৭৭ গৰাকীয়ে আৰু কলা শাখাত ৫৮ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।‌ বিজ্ঞান শাখাৰ ১৩ গৰাকীয়ে ডিষ্টিংচন আৰু ৪৩ গৰকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে । একেদৰে কলা শাখাত চাৰিগৰাকীয়ে ডিষ্টিংচন আৰু ১৮ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে ।‌ শিক্ষানুষ্ঠানখনৰ আন আন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় । কৰ্ণেল গুৰুপ্ৰসাদ দাস একাডেমীৰ অধ্যক্ষ ৰিদীপ দাসে এই ফলাফলৰ সন্দৰ্ভত কয়, "ছাত্ৰ-ছাত্ৰীৰ অধ্যৱসায়, শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাৰ ফলতে প্ৰথমবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈয়েই শিক্ষানুষ্ঠানখনে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ।" উল্লেখ্য যে ৰসায়ন বিজ্ঞানত শ্ৰেয়া শৰ্মাই ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । আনহাতে হেনাস্মীতা দাসে এনথ্ৰপ'লজি বিষয়ত ৯৮ নম্বৰ লাভ কৰে ৷লগতে পঢ়ক : বিজ্ঞান শাখাত ৯২ শতাংশ নম্বৰ লাভেৰে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়ালে ডেভিদ বৰদলৈয়েকলা আৰু বাণিজ্য শাখাত ১০০% উত্তীৰ্ণৰে উজলিল নলবাৰীৰ শংকৰদেৱ একাডেমীকামপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে স্নিগ্ধ পৰাণ শইকীয়াই: ৰসায়নবিদ্যাত ১০০ নম্বৰ লাভ

Category

🗞
News
Transcript
00:00Oh
00:02Oh
00:30I can do two days to write it. I will write it very very.
00:35I am teaching.
00:37How are you?
00:39I am learning more.
00:41I am learning more.
00:43I am learning more about the time.
00:46I am learning more about the time.
00:56I have heard that I would have heard that people would have heard that they would have heard that much.
01:03We would have helped them to make a decision.
01:05I am very good at the support.
01:07I am so proud of them.
01:11I am so proud to be supportive of my colleagues.
01:13The most important result was that I was proud of them.
01:15The chemistry was 99% of them.
01:17How much percentage was it?
01:2092%.
01:20We were proud of the most.
01:24Even when I got more water and have something in the stomach, it was some very small amount of trouble
01:33as I was able to get out of this person.
01:35I will stop closing my mind, but every Sunday I take my mind to get out of it.
01:42What do I have to say about COET and OET?
01:45What happens in the university?
01:48I'm a very proud result of this.
01:54It's a very proud result.
01:56It's a very proud result of the management process.
02:02We've been a proud result of this.
02:08I'm a proud student.
02:09student total
02:11and
02:1370%
02:1580%
02:1780%
02:2090%
02:2190%
02:2493.6%
02:25and
02:27chemistry
02:28is 99%
02:30and
02:30I have
02:31I have
02:32I have
02:33I
02:34I
02:34I
02:45I
02:46I
02:47I
02:48I
02:49I
02:49I
02:49I
02:57I
02:59I
03:06I
03:07I
03:12I
03:13I
03:14I
03:14I
03:15I
03:15I
03:17I
03:18I
03:21I
03:23I
03:23I
03:28I
03:30I
03:30I
03:39I
03:40I
03:42I
03:42I
03:47I
03:47I
03:48I
03:49I
03:50I
03:51I
04:12I
04:13I
04:13I
04:13I
04:14I
04:14I
04:14I
04:16I
04:16I
04:16I
04:18I
04:43I
04:43I
04:43I
04:43I
04:45I
04:45I
04:45I
04:48I
04:49I
04:49I
04:50I
04:50I
04:50I
04:50I
04:50I
04:50I
04:51I
04:51I
04:52I
04:53I
04:53I
04:53I
04:55I
04:55I
04:58I
04:59I
04:59I
05:00I
05:02I
05:02I
05:02I
05:02I
05:02I
05:02I
05:03I
05:04I
05:05I
05:05I
05:06I
Comments

Recommended