Skip to playerSkip to main content
  • 10 minutes ago
দেৰগাঁও : চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ মাজতে গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বৰ্তমানৰ অৱস্থাই স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবিখন পোহৰলৈ আনিছে । ২০২০ চনতে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই গুৰুত্বপূৰ্ণ স্বাস্থ্যকেন্দ্ৰটো আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল । যাৰ বাবে অঞ্চলবাসী প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈছে । চৰকাৰ তথা জনপ্ৰতিনিধিৰ অৱহেলাত স্বাস্থ্যকেন্দ্ৰৰ চৌহদ এতিয়া গৰু-ছাগলীৰ বিচৰণ স্থলীলৈ পৰিণত হৈছে ।স্বাস্থ্যকেন্দ্ৰৰ ভিতৰত থকা লক্ষাধিক টকাৰ চিকিৎসা সামগ্ৰী আৰু মূল্যৱান আচবাবসমূহো চোৱা-চিতাৰ অভাৱত জহি-খহি গৈছে । অভিযোগ অনুসৰি স্বাস্থ্যসেৱাৰ নামত চৰকাৰী প্ৰতিশ্ৰুতি কেৱল কাকতৰ পৃষ্ঠাতে সীমাবদ্ধ হৈ থকাৰ বাবেই নেঘেৰিটিঙৰ দাঁতিকাষৰীয়া ২০ খনতকৈও অধিক গাঁৱৰ ৰাইজে এতিয়াও উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে । চৰকাৰী ধনৰ এনে অপচয় দেখি স্তম্ভিত সাধাৰণ ৰাইজ ।এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "আমি সমজিলা কাৰ্যালয় আৰু স্বাস্থ্য বিভাগকো বিষয়টো জনালো কিন্তু কোটিটকীয়া প্ৰকল্প বন্ধ হৈ আছে । আমি কেনেদৰে উপকৃত হ'ম । স্বাস্থ্যকেন্দ্ৰ থাকিলে চাহ জনগোষ্ঠীৰ লোকৰ লগতে আশে-পাশে থকা অঞ্চলৰ লোকসকলো উপকৃত হ'ব পাৰে ।" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক ড৹ মৃদুল কুমাৰ দত্তক শীঘ্ৰে এই স্বাস্থ্যকেন্দ্ৰ মুকলিৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈও স্থানীয় ৰাইজে দাবী জনাইছে ।লগতে পঢ়ক :ফোন কৰাৰ প্ৰায় ১১.২০ মিনিটতে ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স নিৰ্দিষ্ট স্থান পায়গৈ : অশোক সিংহল

Category

🗞
News
Transcript
00:00in 2020 we have the most important part in the territory of the country,
00:18it has been a few days, and has had been three months.
00:23What are the men's guys who have been 감undy?
00:24No, I'm not crying, but I've had the journey of many men.
00:30But I've had a different kind of family.
00:31So, I've had the relationship with my family.
00:36The other people have had three people,
00:41whom I'm not in the same duty or not in the same way,
00:43were all the people in this hospital,
00:45were all the three people who have taken care of.
00:48Now, we know that we have to do a better job, but we do need to do a better job.
00:54So, if we do something in this world, we can't catch up.
01:02If we do something in our own personal life,
01:05to their lives.
01:08In doing a best job,
01:18it will be saved,
01:25the first thing that we have to do is we have to do it with respect to the people who
01:30are
01:31innocent or not.
01:32So now the person who is innocent and who can be innocent and who can be innocent and who
01:35is innocent.
01:36They have to be innocent.
01:38So, for example, the person who is innocent is innocent and who is innocent.
01:45If you don't have a meeting, we will be meeting.
01:58Today, I will take a meeting.
02:03I will do this.
02:03I will do this.
02:05But today, I will do this.
02:07I have to make a channel for a month.
02:11I have a meeting with Dr. Midul, Dr. Sarko.
02:15I'm going to show you that I can't do it a part of me faster can do to come to
02:19the
02:20local
Comments

Recommended