Skip to playerSkip to main content
  • 7 hours ago
জোনাই : মঙলবাৰে পুৱা জোনাইত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা ৷ জোনাইৰ চন্দ্ৰপুৰস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত শোকাৱহ দুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হয় ৷ ঘটনা অনুসৰি, জোনাইত কালুৱালা কোম্পানীৰ অধীনত চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যৱহাৰ কৰা এখন এক্সকেভেটৰ টেইলাৰত উঠাবলৈ লওতেই বাগৰি পৰে ৷ ফলত এক্সকেভেটৰ চালকজন থিতাতে নিহত হয় । নিহত লোকজন ঝাৰখণ্ডৰ চুনু যাদৱ (২৫) বুলি জানিব পৰা গৈছে ।ঘটনা সন্দৰ্ভত এজন লোকে কয়,"চুক্তি অনুসৰি এক্সকেভেটৰখন পথনিৰ্মাণকাৰী কোম্পেনীটোৱে ৰিলিজ কৰি দিছিলে ৷ সেয়ে এক্সকেভেটৰখন ঝাৰখণ্ডলৈ নিবলৈ টেইলাৰত উঠাইছিল ৷ কিন্তু কেনেকৈ টেইলাৰৰ পৰা এক্সকেভেটৰখন বাগৰি পৰিল গম পোৱা নগ'ল ৷ নিহত লোকজন এক্সকেভেটৰৰ চালক আছিল ৷" ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷লগতে পঢ়ক: বৰপেটাত নগদ ধনসহ তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

Category

🗞
News
Transcript
00:00foreign
00:09foreign
00:17I don't know
00:21I don't know
00:23I don't know
00:41I am
00:42I am
00:43I am
00:43I am
00:43I am
00:49I am
00:51I don't know that I'm gonna tell her that I'm going to tell her that I'm sorry
00:59I'm going to meet no money I'm money I'm going to talk to you I'm going to
Comments

Recommended