মৰিগাঁও: নিৰ্বাচনৰ দিনটোত ভোটদান নকৰি ঘৰতে বহি থকা লোকসকলৰ বাবে আদৰ্শ এগৰাকী মহিলা ৷ শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মহিলাগৰাকী আহে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৷ এই দৃশ্য মৰিগাঁৱৰ ৷শাৰীৰিক প্ৰত্যাহ্বান নেওচি এগৰাকী বৃদ্ধাই হুইল চেয়াৰত বহি ভোটদান কৰিবলৈ অহাটোৱে দেশৰ গণতন্ত্ৰৰ শক্তিশালী ৰূপটোক প্ৰতিফলিত কৰিছে । বয়স বা শাৰীৰিক অসুস্থতাই যে এগৰাকী সচেতন নাগৰিকৰ কৰ্তব্যত বাধা দিব নোৱাৰে, মহিলাগৰাকীয়ে আজি তাৰেই প্ৰমাণ দিলে ।উল্লেখ্য যে, বৃহস্পতিবাৰে ভোটগ্ৰহণৰ দিনটোত প্ৰতিকূল বতৰকো নেওচি ভোটাৰসকলে ভোটদান কৰে ৷ এইবেলি নিৰ্বাচন আয়োগে বৃদ্ধ আৰু দিব্যাংগ লোকসকলৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত ৰেম্প(Ramp) আৰু হুইল চেয়াৰৰ ব্যৱস্থা কৰিছে ৷ যাৰ ফলত এইসকল লোকে ভোটদান কৰাটো সহজসাধ্য হৈ পৰিছে ।প্ৰতিগৰাকী নাগৰিকৰ এটা ভোটে দেশৰ ভৱিষ্যৎ গঢ়াত সহায় কৰে । এই বৃদ্ধাগৰাকীৰ উদ্যমক সকলোৱে একেমুখে শলাগ লৈছে ।লগতে পঢ়ক: নৱগঠিত ডিমৰীয়া সমষ্টিত গণতন্ত্ৰৰ উৎসৱ : সুকলমে সম্পন্ন ভোটগ্ৰহণ প্ৰক্ৰিয়া
Transcript
00:00How to make a meal?
00:07How to make a meal?
00:10I don't know.
00:11I don't know.
00:13I don't know.
00:18I don't know.
00:22I don't know.
00:23vatek
00:23s2
00:37أي襲
00:38anteelloС
00:39Finish
00:462
00:471
01:02Oh
01:17Oh
Comments