Skip to playerSkip to main content
  • 2 months ago
গুৱাহাটী : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । শুকুৰবাৰে মহানগৰীৰ শিলপুখুৰী অঞ্চলত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত কলা ধোঁৱাই আৱৰি ধৰে বিস্তীৰ্ণ অঞ্চলটো ।  লগে লগে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত কেইবাখনে অগ্নিনিৰ্বাপ কৰা বাহন ঘটনাস্থলীত উপস্থিত হয় । এই অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় । অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।  এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "দুপৰীয়া প্ৰায় ১২.৪৫ বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । আমি ধোঁৱা ওলোৱা দেখি ঘটনাস্থলীলৈ দৌৰি আহো । ইয়াত এখন চাহৰ দোকান আছে । দোকানখনত জুই জলাই পানী আনিবলৈ যোৱাৰ সময়তে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ।"  লগতে পঢ়ক:ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ডপুৱতি নিশা দিল্লীৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে কমেও তিনিজনে

Category

🗞
News
Transcript
00:00Thank you for joining us.
00:47Thank you for joining us.
Comments

Recommended