ৰঙিয়া: কমলপুৰ সমষ্টিৰ সূতাৰগাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰত ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাই পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে । ভোটাৰ ৰাইজক নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই । নিজে ভোটদান কৰাৰ পিছত বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাই অসমৰ ৰাইজৰ উদ্যোগত পুনৰবাৰ বিজেপি চৰকাৰ গঠন হ’ব বুলি আশা প্ৰকাশ কৰে ।পুৱা ১১ বজাৰ পূৰ্বেই ৪০% ভোটদান হোৱা বুলি উল্লেখ কৰি এই হাৰ ৭৫-৮০% হ’ব বুলিও আশা প্ৰকাশ কৰে কলিতাই ৷ সুৰক্ষিত অসম, বিকশিত অসমৰ স্বাৰ্থত সকলোকে নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত এখন শক্তিশালী চৰকাৰ গঠন কৰিবলৈ আটাইকে ওলাই আহিবলৈ ভৱেশ কলিতাই আহ্বান জনায় । লগতে পঢ়ক4 মে’ত বিজয় উৎসৱ হ'ব : ভোটদান কৰি মাৰ্ঘেৰিটাই ক'লেবিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই
Transcript
00:00I
00:01I
00:01I
00:01I
00:13I
00:15I
00:15I
00:15I
00:18I
00:18I
00:18I
00:18I
00:18I
00:22I
00:22I
00:43I
00:44I
00:45I
00:45I
00:45I
00:45I
Comments