Skip to playerSkip to main content
  • 2 days ago
মৰিগাঁও: জাগীৰোডৰ মহিলা স্বেচ্ছাসেৱী অনুষ্ঠান 'অৰ্পিতা'ৰ উদ্যোগত অনুষ্ঠিত ৮ দিনীয়া যোগ প্ৰশিক্ষণৰ শনিবাৰে সামৰণি পৰে ৷ ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা ৮ দিনীয়া যোগ প্ৰশিক্ষণত সাধনা আৰু স্বাস্থ্য সচেতনতা বৃদ্ধিৰে কৰ্মশালাৰ আয়োজন কৰা হৈছিল ৷ শাৰীৰিক ব্যায়াম, মন আৰু আত্মাৰ মাজত এক সুন্দৰ ভাৰসাম্য বৰ্তাই ৰখাৰ উদ্দেশ্যেৰে এই যোগ প্ৰশিক্ষণ আয়োজন কৰা হৈছিল বুলি জানিবলৈ দিছে উদ্যোক্তাই ৷কৰ্মশালাখনত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব পালন কৰে বিশিষ্ট যোগ প্ৰশিক্ষক কল্পনা গোস্বামীয়ে । প্ৰশিক্ষণৰ সামৰণিত তেওঁ কয়, "এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মাজতো অনুষ্ঠানটোৰ লগত জড়িত হৈ যোগ চৰ্চাৰ বাবে আগবাঢ়ি অহা মহিলাসকলৰ উদ্যম দেখি মই অত্যন্ত আনন্দিত আৰু সুখী অনুভৱ কৰিছো।"ইফালে আজীৱন ব্যস্ততাপূৰ্ণ তথা প্ৰত্যাহ্বানভৰা জীৱনশৈলীত শাৰীৰিক আৰু মানসিক সুস্থতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত 'অৰ্পিতা' অনুষ্ঠানৰ এই সময়োপযোগী প্ৰচেষ্টাক জাগীৰোডৰ ৰাইজে প্ৰশংসা কৰে।লগতে পঢ়ক: গুৱাহাটী আই আই টিত অধ্যয়নৰত বি-টেকৰ তৃতীয় বৰ্ষৰ এজন ছাত্ৰ মৃত্যু

Category

🗞
News
Transcript
00:28Thank you so much for joining us.
00:30The problem is that the whole problem is not the common, the problem is the problem.
00:44The problem is that the problem is the problem.
00:53so, we won't come to die with the whole thing.
00:54And we will have to know about the corona, the corona, the corona, the corona.
01:00We have to know more about the corona.
01:01Our corona is extremely important and the corona is very important.
01:07And we have to know that we are very important.
01:24Thank you so much for joining us.
Comments

Recommended