Skip to playerSkip to main content
  • 6 days ago
ধুবুৰী: ২৮ জুন, দেওবাৰে দেশজুৰি ৰাষ্ট্ৰীয় পলিঅ' দিৱস বা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস ৰূপায়ণ কৰা হ'ব । ৫ বছৰ আৰু তাৰ তলৰ শিশুসকলক পলিঅ' প্ৰতিষেধকৰ পালি দিয়া হ'ব । অসমতো জিলাই জিলাই পলিঅ' দিৱসৰ প্ৰস্তুতি চলিছে । এইবাৰ ধুবুৰী জিলাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ পলিঅ' দিৱসৰ শুভাৰম্ভ কৰা হ'ব । স্বাস্থ্যমন্ত্ৰী তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে এই প্ৰতিষেধক দিৱসৰ শুভাৰম্ভ কৰিব । ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ হ'বলগীয়া পলিঅ' দিৱসৰ লগত সংগতি ৰাখি ধুবুৰী জিলা স্বাস্থ্য বিভাগে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।এই সন্দৰ্ভত ধুবুৰীৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডাঃ হুছেইন আলী আহমেদে কয়, "ধুবুৰী জিলা স্বাস্থ্য বিভাগে জিলাখনৰ ০-৫ বছৰ বয়সৰ ২,৯২,৪১৮ গৰাকী শিশুক পলিঅ' পালি দিয়াৰ লক্ষ্য ৰাখিছে । এইবাৰ পলিঅ' প্ৰতিষেধক দিৱসৰ বাবে ৯৭৭ টা সাধাৰণ বুথ, ৪৪ টা চিকিৎসা প্ৰতিষ্ঠানিক বুথ, ৮১ টা ৰাজহুৱা পৰিবহণ স্থানৰ বুথ আৰু ১১৩ টা ভ্ৰাম্যমাণ দল থাকিব । ৩ দিনীয়া পলিঅ' অভিযানৰ বাবে ৪,৭৭৮ গৰাকী বিভিন্ন পৰ্যায়ৰ লোক জড়িত থাকিব ।"সংবাদমেলত ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জ্যোতি কুমাৰ দাসে স্বাস্থ্য বিভাগৰ সকলো পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীকে নিষ্ঠাসহ একাগ্ৰতাৰে ৰাষ্ট্ৰীয় পলিঅ' দিৱসৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় । ধুবুৰী জিলাত এটি শিশুও যাতে পলিঅ' টোপালৰ পৰা বঞ্চিত নহয়, সেইক্ষেত্ৰত কাম কৰিবলৈও তেওঁ আহ্বান জনায় ।লগতে পঢ়ক :লক্ষাধিক শিশুক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্বাস্থ্য বিভাগৰ

Category

🗞
News
Transcript
00:00We have modesty and the body of the patient,
00:04and we have a condition for the patient's patients.
00:07We have been treating the patient's patients,
00:08we have had patients cancer patients,
00:12and we have been treating patients today.
00:13But we have had symptoms and medications,
00:18and this has been made at once since many years.
00:29In the past, we have a very large population of two thousand people who are living in many different ways.
00:37We have a very small population population in the U.S. and we have a very large population population.
00:51We are very concerned that we are not going to be able to do this because we are not going
01:03to be able to do it.
01:05We are not going to be able to do it.
01:09And the question is, if we are not going to be able to do it,
01:1621 days to be bothered.
01:20Every day, for 28 days,
01:22they will come back,
01:23all time's
01:246,000 people,
01:25all people who have been
01:28ever seen,
01:29but we are still
01:31getting sick for
01:33you,
01:33and we don't have this
01:34papal
01:35Ooh,
01:41I think we did
01:42get sick for
01:45that
01:45the total target of 2,902,000 people.
01:53This is the total total of 13,000 people.
02:02And we have to have to have to have to have to have to have to have to have to
02:07have.
02:08તેઈ ઇમુનાઇશણ દે પ્રગામ તો આમાર આથાઇશ તારિકે રાતી કોય સારેયાક્તા વજાત કેંદ્રીય ભાબેવ
02:17આમાર દીશતીકો તે સ્ટેટ લાંશિંંગ પ્રગામ તો હરંભો કોરા હવો
Comments

Recommended