Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
আজি বড়োলেণ্ড বেআইনী অস্ত্ৰৰ পৰা মুক্ত : প্ৰমোদ বড়ো
ETVBHARAT
Follow
5 months ago
চতিয়া : বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছে । বিটিআৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ওদালগুৰি জিলাৰ(পূৰ্বৰ বিশ্বনাথ জিলাৰ) মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত নগদাস্থিত চৌৰাং হাইস্কুল প্ৰাংগনত ইউপিপিএল দলে বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে । ৬ সহস্ৰাধিক লোক উপস্থিত থকা উক্ত নিৰ্বাচনী সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰে । প্ৰমোদ বড়োই ভোটাৰসকলক ইউপিপিএলৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিগত ৫ বছৰত পূৰ্বৰ তুলনাত বিটিআৰত বিভিন্ন ক্ষেত্ৰত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰে । তেওঁ কয়, "আগতে বিপিএফৰ সময়ত প্ৰত্যেক নিৰ্বাচনতে হিংসা হয়, মানুহ মৰে, বেলট বাকচ উঠাই লৈ যায়, এইবোৰে চলি আছিল । মোৰ ওপৰতো আক্ৰমণ হৈছে । আজি ৪ টা বছৰত যিমান নিৰ্বাচন হৈছে এটাও হিংসা নাই । এনেকুৱা পৰিৱেশ সৃষ্টি কৰাটোৱে ইউপিপিএলৰ মডেল অৱ পলিটিক্স । ইয়াত শান্তি, নিৰাপত্তা, সমন্বয় আৰু উন্নয়ন একেলগে আগবাঢ়ি যাব লাগিব ।"ভাটিপাৰাৰ নিৰ্বাচনী হিংসাক গৰিহণা দি তেওঁ কয়, "তেখেতসকলে ভয় খুৱাবলৈ চেষ্টা কৰিবই যিটো কৰিব নোৱাৰে । ২০০৯ চনৰ পৰা বেআইনী অস্ত্ৰ মুক্ত সংগ্ৰাম আমি ভাৰতত প্ৰথম আৰম্ভ কৰিছিলো । আজি বড়োলেণ্ড বেআইনী অস্ত্ৰৰ পৰা মুক্ত হৈছে । কোনোবাই যদি কিবা ভুল কাম কৰিব বিচাৰিছে ৰাইজে শাস্তি দিব ।"সমষ্টিটোৰ উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ কয়, "পূৰ্বে ইয়াৰ মানুহবিলাকে পঞ্চায়ত নিৰ্বাচনত ভোট দিব পৰা নাছিল, পঞ্চায়তৰ সুবিধাবিলাক নাপায় । এতিয়া বিটিআৰত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে তেওঁলোকে এই সুবিধাবিলাক পাব ।"সমান্তৰালকৈ বিপিএফ দল আৰু হাগ্ৰামা মহিলাৰীকো কথা প্ৰসংগত সমালোচনা কৰে প্ৰমোদ বড়োৱে । ইফালে আগন্তুক পৰিষদীয় নিৰ্বাচনত ৰৌতা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ড৹ নিলোৎ স্বৰ্গীয়াৰীক বিশাল ভোটত জয়যুক্ত কৰিবলৈও তেওঁ ৰাইজক আহ্বান জনায় ।লগতে পঢ়ক :বিটিচি নিৰ্বাচন ২০২৫; ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ - BTC ELECTIONS 2025
Category
🗞
News
Transcript
Display full video transcript
00:00
Welcome, welcome, welcome
00:28
Welcome, welcome, welcome
00:58
I don't know.
01:28
And the military law is committed to the same extent to the settlement of COVID.
01:32
Let's talk about fully empty and seats.
01:35
We have been talking about fully empty and safe.
01:39
It is not an assembly.
01:43
We will meet a civil assembly,
01:45
and have to do this value as a person.
01:47
We will have to do this work.
01:50
We will have to do this in the small list.
01:52
Maybe we will have to do this in the small areas.
01:55
You should think of the government and law enforcement,
01:58
what do we need to say?
02:01
If people don't have to say that,
02:04
we don't have to say that.
02:05
We don't have to say that.
02:08
If people don't have to say that,
02:09
we don't have to say that.
02:11
Can we condemn it?
02:13
Do you have to say that BPF is not going to say that?
02:18
Yes, BPF is not going to say that.
02:22
If the biggest change is in place and the kind, you would see the world has gone out with your wall.
02:29
When you had the first election, the big election is going out.
02:32
I will do it with that very little, with the bulletproof.
02:37
It will continue.
02:38
This is the whole government.
02:41
It's not about the history of government.
02:42
For the President, we have the change of our government.
02:47
That is the hop, the standard, the union.
02:51
hadn't been converted to a
02:53
bloque.
02:55
Thank you so much for joining us.
Be the first to comment
Add your comment
Recommended
1:45
|
Up next
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1 year ago
3:20
নলবাৰী ৰাস মহোৎসৱত বস্ত্ৰমেলা মুকলি
ETVBHARAT
2 months ago
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1 year ago
4:09
মা কামাখ্যাৰ আশীষ ল'লে প'ষ্ট মেলনৰ বেণ্ডৰ সদস্যই
ETVBHARAT
5 weeks ago
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
8 months ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
9 months ago
3:15
মুছলপুৰত এইবাৰ ফুলিব বিজেপিৰ পদুম: দৃঢ় বিজেপিৰ প্ৰাৰ্থী
ETVBHARAT
4 months ago
6:08
হাতীৰ খাদ্যৰ বাবে কঠীয়া ৰুলে ছাত্ৰ-ছাত্ৰীয়ে
ETVBHARAT
5 months ago
4:45
অসমত কথা এটা, কাম এটা: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ দুলু আহমেদ
ETVBHARAT
2 months ago
3:34
হোটেল কৰ্মচাৰীৰ কাজিয়াই ল'লে চূড়ান্ত ৰূপ; এজনক হত্যা
ETVBHARAT
5 months ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1 year ago
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
9 months ago
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1 year ago
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
1 year ago
4:37
সুকুমাৰ মেধিক প্ৰফেচৰ অৱ প্ৰেক্টিছ সন্মান প্ৰদান
ETVBHARAT
5 months ago
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
9 months ago
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1 year ago
3:55
पायलट बनने का सपना टूटा, अब किसानों के सपनों को दे रहीं उड़ान, बिहार की 'ड्रोन दीदी' रूपा कुमारी बनीं मिसाल!
ETVBHARAT
16 minutes ago
0:45
मेरठ में हत्या-अपहरण केस; गिरफ्तार युवक से पूछताछ जारी, सांसद चंद्रशेखर को धरने से उठाया
ETVBHARAT
16 minutes ago
0:49
दिल्ली: सिलेंडर ब्लास्ट के बाद मकान में लगी भीषण आग, 9 दमकल गाड़ियों ने पाया काबू
ETVBHARAT
33 minutes ago
3:55
డ్రోన్లతో నిఘా, 20కిలోమీటర్లకో అంబులెన్స్ - యాక్సిడెంట్ స్పాట్ల వద్ద జాగ్రత్తలు
ETVBHARAT
36 minutes ago
2:17
बांधवगढ़ के जंगलों में दौड़ेंगे सतपुड़ा के 27 बायसन, टाइगर रिजर्व ने पूरी की तैयारियां
ETVBHARAT
37 minutes ago
4:58
અમરેલીનો ખેડૂત રતાળુની ખેતી દ્વારા કરે છે લાખોની કમાણી, જાણો કેવી રીતે કરે છે ખેતી
ETVBHARAT
56 minutes ago
7:10
ମେସିନ୍ ନୁହେଁ ଡିମାଣ୍ଡରେ ଗୋପୀନାଥଙ୍କ ହାତ ତିଆରି 100 ପ୍ରକାର ମାଛଧରା ଜାଲ, 5 ଜିଲ୍ଲାର ମତ୍ସ୍ୟଜୀବୀଙ୍କ ଭରସା
ETVBHARAT
8 hours ago
8:59
90 मिनट में गीतों भरी कहानी में गुरुदत्त के अनसुने किस्से, फौजिया ने सुनाई दास्तान
ETVBHARAT
8 hours ago
Be the first to comment