Skip to playerSkip to main content
  • 3 minutes ago
গোৱালপাৰা: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰাতো শান্তিপূৰ্ণ ভাৱে চলিছে ভোটগ্ৰহণ ৷ অগপ প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰানে পূৱ গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত ভালুকডুবি কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷ ভোটাধিকাৰ সাব্যস্ত কৰি এনডিএ তথা অগপৰ প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰানে কয়," ৰাইজৰ ব্যপাক সহাৰি পাইছো ৷ ৰাইজে পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বিচাৰিছে ৷ অসমৰ ৰাইজে সৰ্বত্ৰে উন্নয়ন বিচাৰে, অসমৰ পৰিৱৰ্তন বিচাৰে ৷ গোৱালপাৰা জিলাখনত পৰিৱৰ্তনৰ এক বৃহৎ ঢৌ আহিছে ৷"জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিত পুৱা দহ বজালৈকে ভোটদানৰ হাৰ এনেধৰণৰ- দুধনৈ সমষ্টিত ২০. ৩১ শতাংশ,পূৱ গোৱালপাৰাত  ১৮.৬৮ শতাংশ, পশ্চিম গোৱালপাৰাত  ২০ শতাংশ আৰু জলেশ্বৰত ২১ শতাংশ ভোটদান সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ৷লগতে পঢ়ক:ভোটদান কৰি বিজয়যাত্ৰা অব্যাহত ৰখাৰ আশা প্ৰকাশ কেশৱ মহন্তৰ

Category

🗞
News
Transcript
00:00Mhm.
00:11By the time, for a while, we are busy with the young people.
00:20But the people are busy, we are busy with the poor,
00:21We are busy with the families of the First- Hopkins and the Good-Manites of the Caribbean,
00:24But even if you are busy with the full-time people,
00:29Yes, I have to say that many times we are not going to be able to do this.
00:37I have to say that many times we are not going to be able to do this.
00:41The next is that we are going to be able to do this.
01:09What did you send your photo?
01:10foreign
01:24foreign
01:41In 1991, it was in 1996.
01:46When I was in the first time, I was in the first time.
01:50I realized that I had to pay for the money.
01:58I was in the first time,
02:00I was in the first time.
02:01I was in the first time,
02:03I was in the first time,
02:05We have a lot of music, music, music, music, music, music, music.
Comments

Recommended