Skip to playerSkip to main content
  • 4 months ago
তিনিচুকীয়া : মাৰ্ঘেৰিটাৰ টকলং গাঁৱত বুঢ়ীদিহিং নদীয়ে লৈছে কাল ৰূপ ৷ বিনিদ্ৰ ৰজনী কটাইছে বুঢ়ীদিহিং নদীৰ কাষৰীয়া অঞ্চলৰ লোকে ৷ কাৰণ বুঢ়ীদিহিং নদীৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ বাসস্থান আৰু কৃষিভূমি ৷ খহনীয়াৰ ফলত বহু কৃষকে নিজৰ জীৱিকা নিৰ্বাহৰ মূল আধাৰ হেৰুৱাই আৰ্থিক সংকটত পৰিছে ৷স্থানীয় ৰাইজে কয়,"বিগত কেইবামাহ ধৰি বুঢ়ীদিহিং নদীৰ খহনীয়া বৃদ্ধি পাইছে । ইতিমধ্যে নদীৰ বুকুত বিলীন হৈছে কৃষিজীৱী ৰাইজৰ কেইবা হেক্টৰ কৃষিভূমি । ঘৰ-বাৰী, খেতিপথাৰ নদীগৰ্ভত বিলীন হোৱাৰ ফলত বহু পৰিয়ালৰ সৰ্বস্বান্ত হৈ পৰিছে । লোকৰ মাটিত বাসবাস কৰি আছো ৷ সেয়ে মুখ্যমন্ত্ৰী মহোদয়ক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছো ৷"নদীৰ পাৰৰ বৃহৎ অংশ ইতিমধ্যে দুৰ্বল হৈ পৰিছে আৰু যিকোনো মুহূৰ্ততে অধিক এলেকা নদীগৰ্ভত বিলীন হোৱাৰ সম্ভাৱনা আছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে । গতিকে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে চৰকাৰ আৰু জিলা প্ৰশাসনক শীঘ্ৰে অঞ্চলটো পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভূমিহীন হৈ পৰা পৰিয়ালসমূহৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে ৷লগতে পঢ়ক:জনতাৰ টকাৰে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ক ধনী কৰাৰ মন নাই : মন্ত্ৰী অশোক সিংহল

Category

🗞
News
Transcript
00:00In our house, we all got married and everything we didn't do.
00:06We did not get married, just as we wanted to
00:07know about our families and we didn't get married.
00:14We didn't get married too much.
00:19When we have people in this country, this country had been married and had been like this.
00:28what should they be put in love?
00:33I think it's
00:34a little,
00:34a little bit different...
00:41but I don't think it's a little,
00:45it's a little,
00:48I think not too muchativo
00:52but it's a little,
00:54I think it's a little.
00:58I had this situation in a real estate that I had been out of the church,
01:03but it was difficult to do that.
01:05The historical process was that I had to come to my home.
01:09I had to come to my home and help me to get out of the house.
01:15I had to come to my home and get out of the house.
01:25The people who have been here to this young man,
01:28and the people who have been here to this young man,
01:29when he was there to be a kind of a dream,
01:32he told me,
01:37I was here to to take a look at him,
01:39and I was here to take a look at him,
01:42and he was here to take a look at him.

Recommended