Skip to playerSkip to main content
  • 22 minutes ago
মৰাণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ উদণ্ড চালকৰ বাবে এটাৰ পাছত আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ।এইবাৰ মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । মৰাণৰ খটখটিত দেওবাৰে নিশা সংঘটিত এই ভয়াৱহ পথ দুৰ্ঘটনাত ছুইফ্ট ডিজায়াৰ আৰু যাত্ৰীবাহী অট'ৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন থিতাতে নিহত হয় । শিশু-মহিলাসহ প্ৰায় পাঁচগৰাকী গুৰুতৰভাৱে আহত হয় ।  নিহত লোকজনৰ বীৰেণ ভূমিজ । আনহাতে গুৰুতৰভাৱে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।এএছ ০৬ এক্স ৬১৬৮ নম্বৰৰ ছুইফ্ট ডিজায়াৰখন শিৱসাগৰৰ পৰা মৰাণ অভিমুখে আহি আছিল । আনহাতে মৰাণৰ পৰা ঝলম অভিমুখে ৮/৯ গৰাকী যাত্ৰী লৈ এএছ ০৪ বিচি ২৩৭৭ নম্বৰৰ যাত্ৰীবাহী অ'টখন গৈ আছিল ।  প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি তীব্ৰবেগী ছুইফ্ট ডিজায়াৰখনে যাত্ৰীবাহী অট'খনত খুন্দা মৰাৰ ফলত যাত্ৰীসকল পথত উফৰি পৰে । এই বাহনখনত মুঠ চাৰিগৰাকী লোক আছিল । চালকৰ আসনত থকা যুৱকজন সুৰাসক্ত হৈ আছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।লগতে পঢ়ক:ৰঙিয়াত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, পিষ্টল জব্দএকেখন মটৰচাইকেলত আছিল ৪ জন, থিতাতে ৩ জনৰ মৃত্যু

Category

🗞
News
Transcript
00:00.
00:02.
00:02I remember that at 3 days you had one of them and I was told that at first we had
00:07one of them so that it was the same a day after all.
00:14I had said that the people all had died, and I was killed.
00:22I was told that all the people had died.
00:32The street is focused on the street they've seen.
00:34When the street is good, the street is also a dirty house.
00:38The street is the white house around here.
00:41The street is very expensive.
00:47The street is a street and the street is very expensive.
00:54It is used to make a visit.
00:55The street is very expensive.
00:57Even the street is rich and if there is a street like this,
00:58We have a local local company and we sit here alone for more than 5 years
01:02So we are going to be doing theesti South
01:06We are going to have a small business
01:08We are going to have a small business
01:12There is a small business
01:14There is a small business
01:18There are strangers
01:20So we have to be able to join
01:21Yes, but they have to be a big business
Comments

Recommended