Skip to playerSkip to main content
  • 14 hours ago
নলবাৰী : শেহতীয়াভাৱে এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে দ্বিতীয় বিবাহ কৰোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেই মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল । ইয়াৰ পাছতেই এই সন্দৰ্ভত বিধায়ক নাৰায়ণ ডেকাই প্ৰতিক্ৰিয়া প্রকাশ কৰিছে ।দ্বিতীয় বিবাহ কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাটো বৰক্ষেত্ৰী সমষ্টিতে সংঘটিত হৈছে । এই সন্দৰ্ভত বিধায়ক  নাৰায়ণ ডেকাই কয়, "বাল্য বিবাহ, বহু বিবাহ কৰোৱা সকলৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈছে । দেশত প্ৰকৃতিয়ে দিয়া সম্পত্তি তেনেই কম । সেয়াৰে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি সুচাৰুৰূপে চলাব লাগিব । দেশত জনসংখ্যা বৃদ্ধি পাব ধৰিছে ।আমাৰ দেশত ২ শতাংশ লোকেহে কৰ প্ৰদান কৰে । বাকী সকলো উপভোক্তা । গতিকে দেশৰ জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এনে পদক্ষেপ আনিছে আৰু চৰকাৰ কঠোৰ হ'বই । বাল্য বিবাহ, বহু বিবাহ কৰোৱা সকলে চৰকাৰী চাকৰি নাপাব । আনহাতে তৃতীয় সন্তান থকা সকলৰ প্ৰায়ভাগ চৰকাৰী সুবিধাৰ পৰাই বঞ্চিত হ'ব ।"বাজেট সম্পৰ্কে নলবাৰী জিলা বিজেপিৰ কাৰ্যালয়ত বিধায়ক নাৰায়ণ ডেকাৰ সংবাদমেল সম্বোধন কৰাৰ সময়ত এইদৰে মন্তব্য় কৰে  । ইপিনে, বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰা বাজেটে সকলো স্তৰৰ লোককে উপকৃত কৰিব বুলি মন্তব্য কৰি এইখন এখন জনমুখী বাজেট বুলি বিধায়কগৰাকীয়ে কয় ।লগতে পঢ়ক:প্ৰৱঞ্চকৰ মৰসাহ, মুখ্যমন্ত্ৰী লগতে কেন্দ্ৰীয় মন্ত্ৰীৰ নামত ভুৱা ই-মেইলএইচআইভিত আক্ৰান্ত শিশু-এইডছত প্ৰাণ হেৰুওৱাৰ পত্নীলৈ এক লাখ টকাকৈ সাহাৰ্য: মুখ্য়মন্ত্ৰী

Category

🗞
News
Transcript
00:00When I have a children, I have a house for 30 years, and I have a house for 25 years.
00:13I've been working for two hours, and I had to pay for 30 years.
00:18But I have to pay for 30 years, because I have to pay for 30 years.
00:26It was very important to look at the people of the population, and of course we have to
00:32think of the population.
00:33We have to find the population of the population in the population.
00:38We are not sure the population are not sure, but we have to find the population that we
00:45know about the population of the population.
00:54Lysi Siani, Vailo Vibas, Vohu Vibas Bondokokwelle,
00:58Jodi Kuno Gai, Taro Vujudhse,
01:02Ghoiplai, Vailo Vibas, Vohu Vibas, Ljohi Ptoh Hooy Ta-Tarantanin Sarakare,
01:06Iyani Vibashtara Libo,
01:07Cinshu, Aamal Sarakare,
01:09E Vailo Vibas, Vohu Vibas,
01:12Jaya Kari Boon, Sarakari, Sakariiitra, Bondokwe,
01:18It was a very good idea.
01:21It was a very good idea.
01:23This is a process.
01:26It's a lot of the risers.
01:30You've got a lot of the risers.
01:34You've got a lot of the risers.
01:44If you have any questions, you can answer your question, and you can answer your question.
01:58Wehmm.
01:58Wehmm.
02:00Wehmm.
02:02Wehmm.
02:04Okay.
02:05Wehmm.
02:06Wehmm.
02:09Wehmm.
02:09Yeah, wehmm.
02:11Okay.
02:15Wehmm.
02:17So, if we have a chemical, we will be able to remove the chemical, we will be able to remove
02:21the chemical, we will be able to remove the chemical.
Comments

Recommended