Skip to playerSkip to main content
  • 13 minutes ago
নগাঁও : নগাঁৱৰ চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰে জড়িত দুই মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । মৰিকলং ডকাইতিকাণ্ডত জড়িত ডকাইতকেইটা ক্ৰমে ওমৰ আলী আৰু মিণ্টু হুছেইন বুলি জানিব পৰা গৈছে । লগতে আৰক্ষীয়ে জব্দ কৰে ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা লুটি নিয়া নগদ ধনৰ লগত কিছু সামগ্ৰী । এতিয়াও পলাতক হৈ আছে ঘটনাৰে জড়িত ৩ টা ডকাইত । ধৃত ওমৰ আলী পূৰ্বেও বহু ডকাইতিৰ ঘটনাত জড়িত আছিল বুলি আৰক্ষীয়ে জনাইছে ।এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে কয়, "ঘটনাটোত ৫ জন মানুহ আছিল । পূৰ্ব পৰিকল্পিত আছিল । আটকাধীন দুয়োজনকে জেৰা চলোৱাৰ পিছত কিছুমান স্থানত আমি অভিযান চলালোঁ । এজনৰ তাত ২০ হাজাৰ ৫০০ আৰু আনজনৰ তাত ২৪ হাজাৰ ৫০০ টকা পাইছোঁ । তেওঁলোকে যি মাস্ক ব্যৱহাৰ কৰিছিল আৰু দা এখনো আমি উদ্ধাৰ কৰিছোঁ । এইটো আন্তঃজিলা গেং । বেলেগ জিলাতো তেওঁলোকৰ মানুহ আছে ।"লগতে পঢ়ক : নগাঁৱৰ ডকাইতিকাণ্ডত জড়িত থকাৰ সন্দেহত দুজনক আটককোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ

Category

🗞
News
Transcript
00:00We had a lot of people who came to us and did not work, but after the job was done,
00:08we were able to do a job, and we were able to do a job at home.
00:14We were able to do a job by our job.
00:17We were able to do a job at 5.
00:19We had a job for a job.
00:22the application.
00:24And now I'm going to talk a lot about the master's line.
00:31I am going to talk to you as a student in the house, or I am going to talk to
00:38you as a
00:38public intern, and I am going to talk to you as a railway station.
01:10Thank you very much.
01:26Thank you very much.
Comments

Recommended